আজি জামিন পাবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? আজি শিৰোনামত থকা আটাইতকৈ চৰ্চিত খবৰ হ’ল অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি। আজি উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ অতৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত সিদ্ধান্ত হ’ব।
Category: Assamese News
অক্ষয় তৃতীয়াৰ পূণ্য তিথিত বহুতেই সোণ কিনে। এই দিনটোত সোণ কিনা শুভ বুলি কোৱা হয়। বহু মানুহে এই দিনটোত অলপ হ’লেও সোণ কিনে। আপোনাৰো যদি এনে পৰিকল্পনা আছে, তেন্তে জানি
মহানগৰীৰ ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। গেলাপট্টিৰ লক্ষীগলিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পাট’দিয়া মাৰ্কেটত উদ্ধাৰ যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ। মাৰ্কেটখনৰ তৃতীয় মহলাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। যুৱকজনক দুৰ্বৃত্তই হত্যা কৰাৰ
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ব্যাপক বিসংগতিৰ অভিযোগ৷ মিল নাই বুকলেটত প্ৰকাশিত ফলাফল আৰু অনলাইনত প্ৰচাৰিত ফলাফলৰ মাজত৷ বিসংগতিৰ অভিযোগ আনিছে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই৷ অধ্যক্ষ ড° শইকীয়াৰ
ক’ভিশ্বিল্ডক লৈ ভয় খাব লগা নাই, হাৰ্টএটেক বেলেগ বেলেগ কাৰণতো হ’ব পাৰে, ভেকচিনৰ বাবেই নহয়: কেশৱ মহন্ত
ছোৱাইন ফ্লুৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া। ছোৱাইন ফ্লুৰ ক্ষেত্ৰত H1n1আৰু H3n2 ভাইৰাছৰ পৰা সাধাৰণতে হয়। শিলচৰত ছোৱাইন ফ্লু হৈ এটি শিশুৰ মৃত্যু হৈছে। ছোৱাইন ফ্লুৰ লক্ষণ চৰ্দি বা তেনেধৰণৰ।