নিউজ ব্যুৰ’,নগাঁও,১মে’:–আজি ১মে’। সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে শ্ৰমিক দিৱস। শ্ৰমিক দিৱসটি কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । শ্ৰমিক দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সন্থাৰ সভাপতি চইদুৰ ৰহমানে। দুপৰীয়া কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই দিৱসৰ লগত সংগতি ৰাখি সদ্যঘোষিত উচ্চ
Category: Assamese News
গুৱাহাটী, ২ মে : প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত আৰু সম্প্ৰতি বিলুপ্তিৰ দিশলৈ গতি কৰা শগুনৰ অৱশিষ্টখিনীও এতিয়া মানৱসৃষ্ট ভুলৰ বাবে মৃত্যুৰ মুখলৈ গতি কৰিছে। আনকি বৃহস্পতিবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পৰা কিছু নিলগৰ ৰাণীৰ কাষৰীয়া গুইমাৰী অঞ্চলৰ পথাৰত মৃত পশুৰ মাংস ভক্ষণ কৰি ৯ টাকৈ শগুন কৰুণভাবে মৃত্যুমুখত পৰিছে ।
ভাৰতীয় সেনাৰ অগ্নিপথ আঁচনিৰ অন্তৰ্গত অগ্নিবীৰ পদৰ বাবে অসমত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমৰ যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰৰ অবিবাহিত পুৰুষ প্ৰাৰ্থীৰ পৰা ভাৰতীয় সেনাই অগ্নিবীৰ পদৰ বাবে আবেদন বিচাৰিছে। আৱশ্যকীয় যোগ্যতা আৰু আনুষংগিক তথ্যৰ বাবে উচ্ছুক প্ৰাৰ্থীসকলক www.joinindia.nic.inত অনুসন্ধান কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে ভাৰতীয়
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী লোকসভা সমষ্টিতো অগপ, কংগ্ৰেছ আৰু AIUDFৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। গোৱালপাৰা চহৰৰ ময়লাপথাৰ বজাৰৰ সমীপৱৰ্তী মৰিয়মনগৰৰ গ্ৰীণ ভেলী ক্লাৱৰ খেলপথাৰত AIUDFৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ
নিউজ ব্যুৰ’,নগাঁও,১মে’:–নগাঁও চহৰৰ সমীপৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট (YELLOW BELT) পৰীক্ষাৰ বেল্টসমূহ বুধবাৰে প্ৰদান কৰা হয় । অনুষ্ঠানত অল নগাঁও ডিষ্ট্ৰিক্ট টাইকোৱানড’ এছ’চিয়েছনৰ সাধাৰণ সম্পাদক অংকুৰ বৰা, প্ৰশিক্ষণ ৰোহিত হৰিজন,কৌস্তভ জ্যোতি দাস, নীলোৎপল শইকীয়া,ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি দিগন্ত বৰুৱা উপস্থিত থাকে। বেল্ট পৰীক্ষাৰ