দাঁত হালধীয়া হৈছে নেকি? দাঁতৰ বগা ৰং পুনৰ ঘূৰাই সৌন্দৰ্য্যৰ অন্যতম মাপকাঠী। কেৱল সৌন্দৰ্য্যই নহয়, সুস্বাস্থ্য, উপযুক্ত পুষ্টিও দাঁতৰ ওপৰত নিৰ্ভৰ কৰে। দাঁতৰ স্বাস্থ্যৰ ওপৰত শৰীৰৰ বাকী অংশৰ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু কেতিয়াবা সেই দাঁতকেইটাৰে আমি কষ্ট পাব লগা হয়। ইয়াৰে এটা হৈছে দাঁত হালধীয়া হোৱা। দাঁতবোৰ প্ৰথমে
Category: Assamese News
নৱাজুদ্দিন ছিদ্দিকীৰ আগন্তুক ছবি ‘হাদ্দি’ৰ ফাৰ্ষ্ট লুক মুক্তিৰ পাছতে দৰ্শকৰ মাজত ব্যাপক চৰ্চা চলিছে। আজি অভিনেতা নৱাজুদ্দিনে নিজৰ ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে। ছবিখনত নৱাজক হিজড়া হিচাপে দেখা যাব। ২০২৩ চনত ৰূপালী পৰ্দাত মুক্তি পাবলৈ গৈ আছে এই ছবিখন। ৰঙা শাৰী, ডিঙি আৰু কাণত গধুৰ গহনা, ওঁঠত লিপষ্টিক, কপালত
আমাৰ বহু ঘৰত প্ৰেচাৰ কুকাৰত বিভিন্ন ধৰণৰ ৰন্ধা-বঢ়া কৰা হয়। প্ৰেচাৰ কুকাৰত ৰান্ধিলে কম সময় লাগে আৰু বহুত ভালকৈ ৰন্ধা হয়। কিন্তু বেছিভাগ ক্ষেত্ৰতে প্ৰেচাৰ কুকাৰ ব্লাষ্টৰ দৰে সমস্যাই দেখা দিয়ে। আপোনাৰ পাকঘৰটো যেনেকৈ নষ্ট হ’ব পাৰে, সেইদৰে আপোনাৰ শৰীৰো আঘাত পাব পাৰে। আজিৰ বিশেষ প্ৰতিবেদনত আমি আলোচনা কৰিম যে
Menopause ৰ কথা বিবেচনা কৰিব পাৰি যেতিয়া একেৰাহে কেইবামাহো মাহেকীয়া নাথাকে আৰু গৰ্ভধাৰণৰ সম্ভাৱনা কমি যায়। মাহেকীয়াৰ ধৰণ আৰু মহিলাৰ প্ৰভাৱ অনুসৰি ইয়াৰ লক্ষণসমূহ বেলেগ বেলেগ হ’ব পাৰে। Menopause ৰ লক্ষণ: এটা বয়সৰ পিছত প্ৰতিগৰাকী মহিলাই ৰজোনিবৃত্তিৰ পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায়, য’ত এনে শাৰীৰিক পৰিৱৰ্তনৰ সন্মুখীন হ’বলগীয়া হয় যিবোৰ
পাৰ্টনাৰশ্বিপ ফৰ ফুড ছেফটি এডুকেশ্যনৰ কাৰ্যবাহী সঞ্চালিকা ব্ৰিটানি ছাউনাৰে ৰিডাৰছ ডাইজেষ্টত প্ৰকাশিত এক প্ৰতিবেদনত এই বিষয়ে কয়। তেওঁ কয় যে খাদ্য দুঘণ্টাতকৈ অধিক সময় ‘সন্তুষ্টিজনক’ উষ্ণতাত নথকাটো ৰিস্কি। কণীও ইয়াৰ ব্যতিক্ৰম নহয়। কণীত ছালমন’লা নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে, যিটো স্বাস্থ্যৰ বাবে অতি বিপদজনক। ফলত গৰম বতৰত কণী বহু সময়