হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা ডাঙৰ কাৰণ আছে৷ সেই কেইটা হ’লঃ ১. নিম্ন ৰক্তচাপ মূৰ ঘুৰাই ধলি পৰাৰ মুখ্য কাৰণ হৈছে নিম্ন ৰক্তচাপ। এইটো বিশেষকৈ সেই লোকসকলৰ বেছি হয়, যি সকলৰ বয়স ৬৫ বছৰতকৈ অধিক হয়। ২. ডিহাইড্ৰেশ্যন যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়, তেতিয়া পানীৰ পৰিমাণ হ্ৰাস
Category: Assamese News
ভাৰতৰ আধ্যাত্মিক গুৰুৰ অতুলনীয় উদ্ভাৱন হৈছে ধ্যান।যিদৰে ভাল গ্ৰন্থই মানুহক জ্ঞান আৰু মনোৰঞ্জন প্ৰদান কৰে ঠিক তেনেদৰে দিনটোত অতিকমেও ২মিনিটৰ ধ্যানে মানসিক প্ৰশান্তি অর্জনত সহায় কৰে।হিন্দু,মুছলিম আদি ধৰ্মৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিজ্ঞান মানসিকতাই ও ধ্যানৰ সুফলতাক একেষাৰে স্বীকাৰ কৰি আহিছে।তদুপৰি দিনটোৰ ২মিনিটৰ ধ্যানে মনৰ মাজত জাগ্ৰত সুপ্ত প্ৰতিভাক জগাই
সবল আৰু দীৰ্ঘায়ু হবলৈ আজিয়ে পালন কৰক ভগৱান শ্ৰীকৃষ্ণৰ অমৃতবাণী “শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ। নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। ” ভাৰতীয় মহাকাব্য ৰামায়ণ আৰু মহাভাৰত ইত্যাদিত জীৱনটো জিয়াবলৈ প্ৰয়োজন হোৱা সৰু সৰু লাগতিয়াল বহু দিশ সন্নিবিষ্ট কৰা আছে।শাস্ত্ৰত উল্লেখ কৰা অনুসৰি মানৱ জীৱনৰ কিছু কিছু সৰু সৰু দিশক চালি-জাৰি
শ্বাহৰুখ খান আৰু দীপিকা পাডুক’নৰ আগন্তুক ছবি ‘পাঠান’-ৰ প্রথম গীতৰ ভিডিঅ’ মুক্তি পোৱাৰ পাছতেই আৰম্ভ হৈছে বিতর্ক । ‘বেছৰম ৰং’-ত দীপিকা পাডুক’নক শ্বাহৰুখ খানৰ স’তে ঘনিষ্ঠ অৱস্থাত দেখি গৰিহণাত মুখৰ হয় কিছুসংখ্যক ৰাজনৈতিক নেতা । এইবাৰ সেই বিতর্কৰ প্ৰভাৱ পৰিল টুইটাৰতো । কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানিৰ ১৯৯৮ত ‘মিছ ইণ্ডিয়া’ প্রতিযোগিতাৰ
নৰিকল তেল অতি প্ৰাচীন কালৰ পৰাই ৰূপচৰ্চাৰ এক উল্লেখনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে । নাৰিকল তেলত থকা প্ৰাকৃতিক উপাদানে ছালৰ উৰ্বৰতা ধৰি ৰাখে । কেৱল ছালেই নহয় নাৰিকল তেলে চুলিৰ সৌন্দৰ্যও বৃদ্ধি কৰে । কিন্তু ছালৰ সৌন্দৰ্যচৰ্চাৰ বাবে নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰে ? ১/ নাৰিকল তেল , এল’ভেৰা জেল