হেলচীৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Buffalo spinach) ১. ছালৰ ৰোগ নিৰাময় কৰে (Cures Skin Disease): ছালৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হেলচী উপকাৰিতা আছে। হেলচীত বহুতো এণ্টি – মাইক্ৰবিয়েল (Antimicrobial) উপাদান থাকে যিয়ে ছালৰ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বা ভেঁকুৰৰ সৈতে যুঁজ দিয়াত সহায় কৰে আৰু সকলো বিষাক্ত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰে । ই Eczema, ছালৰ এলাৰ্জি হ্ৰাস
Category: Assamese News
অপৰাজিতাক সংস্কৃতত অস্ফোটা, বিষ্ণুকান্ত, বিষ্ণুপ্ৰিয়া, গিৰিকৰ্ণী, অশ্বখুৰা বুলি কোৱাৰ বিপৰীতে অসমীয়াত অপৰাজিতা বুলি কোৱা হয়। অপৰাজিতাৰ ফুল বগা আৰু নীলা। নীলা ফুলৰ অপৰাজিতাও দুই প্ৰকাৰৰ:- ১.এক ফুল আৰু ২.দুবল ফুল। সৌন্দৰ্য্যৰ বাবে: নীলা অপৰাজিতা সহজে পোৱা যায়। প্ৰায়ে ইয়াৰ উদ্ভিদ সৌন্দৰ্য্যৰ বাবে বাৰীত ৰোপণ কৰা হয়। বাৰিষা কালত ইয়াৰ গুটি
হঠাৎ আমাৰ চকুৰ পতা কেতিয়াবা কঁপি উঠে। দুয়োটা চকুৰ ক্ষেত্ৰতে এনেকুৱা কঁপনি হ’ব পাৰে। কেতিয়াবা এয়া কিছু মুহূৰ্তৰ বাবে দেখা যায়, কেতিয়াবা আকৌ দীৰ্ঘসময় হ’ব পাৰে। কিন্তু এয়া শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। ক্ৰমাগতভাৱে এয়া হৈ থাকিলে স্নায়ুৰ সমস্যাৰ উপসৰ্গ বুলি ধৰিব পাৰি। কিন্তু এয়া ঘনাই হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা
যদি আপুনি টোপনিতে এই সপোনবোৰ দেখিছে, তেন্তে সাৱধান হওক, এই সপোনবোৰৰ পৰা বুজিব যে এটা ভাল সময় আহি আছে সপোন অৰ্থ: সপোন নেদেখা মানুহ প্ৰায়েই নাথাকিব। মানুহৰ মনলৈ অহা প্ৰতিটো সপোনৰ নিশ্চয়কৈ কিবা নহয় কিবা অৰ্থ থাকে। কিছুমান সপোনে ভালৰ ফালে আৰু কিছুমানে বেয়া লক্ষণৰ ফালে আঙুলিয়াই দিয়ে। সপোনৰ প্ৰকাৰ:
দাঁত হালধীয়া হৈছে নেকি? দাঁতৰ বগা ৰং পুনৰ ঘূৰাই সৌন্দৰ্য্যৰ অন্যতম মাপকাঠী। কেৱল সৌন্দৰ্য্যই নহয়, সুস্বাস্থ্য, উপযুক্ত পুষ্টিও দাঁতৰ ওপৰত নিৰ্ভৰ কৰে। দাঁতৰ স্বাস্থ্যৰ ওপৰত শৰীৰৰ বাকী অংশৰ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু কেতিয়াবা সেই দাঁতকেইটাৰে আমি কষ্ট পাব লগা হয়। ইয়াৰে এটা হৈছে দাঁত হালধীয়া হোৱা। দাঁতবোৰ প্ৰথমে