Category: Assamese News

নিদ্ৰাহীনতা পৰা পৰিত্ৰাণ কেনেকৈ পাব !

নিদ্ৰাহীনতা পৰা পৰিত্ৰাণ কেনেকৈ পাব !

• নিশা সদায় এক নির্দিষ্ট সময়ত টোপনি যোৱাৰ অভ্যাস গঢ়িব লাগে। তেতিয়া শৰীৰটোৱে সেই নির্দিষ্ট সময়ত জিৰণি বা টোপনিৰ বাবে প্ৰস্তুত হ’ব। • পলমকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিলেও সুফল পোৱা যায়। • শোৱাৰ পূৰ্বে কেতিয়াও চাহ, কফি সেৱন কৰিব নালাগে কাৰণ কফিত থকা কেফিনে টোপনিত ব্যাঘাত জন্মায়। • শোৱা কোঠাত

পাকঘৰত থকা সামগ্রীৰে শীতকালত এইদৰে লওক ওঁঠৰ যতন

পাকঘৰত থকা সামগ্রীৰে শীতকালত এইদৰে লওক ওঁঠৰ যতন

বেছিসংখ্যক লোকেই মুখ আৰু চুলিৰ যত্নৰ প্রতি অধিক গুৰুত্ব দিয়ে৷ মুখৰ ৰং উন্নত কৰাৰ বাবেই হওক, মেকআপৰ বাবেই হওক বা চুলিৰ জিলিকনি আৰু বৃদ্ধিৰ বাবেই হওক, আমি বিভিন্ন উপায় অৱলম্বন কৰোঁ । কিন্তু এই সকলোবোৰৰ মাজতে ওঁঠ দুটাক আওকাণ কৰা হয়৷ আনহাতে ওঁঠৰ ছালখন আন অংশৰ ছালতকৈ অধিক পাতল আৰু

৩০ দিনৰ বাবে আদা খোৱাৰ ফলত হোৱা উপকাৰসমূহ

৩০ দিনৰ বাবে আদা খোৱাৰ ফলত হোৱা উপকাৰসমূহ

বিশ্বৰ প্ৰায় সংখ্যক দেশতে বহুল হাৰত ব্যৱহৃত হোৱা মচলাবিধ হৈছে আদা, যাক এবিধ ঔষধি উদ্ভিদ হিচাপেও গণ্য কৰা হয়। ১০০ ৰো অধিক ৰোগত ইয়াৰ অলৌকিক লাভালাভৰ ওপৰত অগণন অধ্যয়ন কৰা হৈছে। আদা শৰীৰ আৰু মনৰ বাবে অতি উপকাৰী। আদা কেঁচা, শুকান, পাউডাৰ, তেল বা ৰস আদি ৰূপত ব্যৱহাৰ কৰিব পাৰে। ~ কৰ্কট ৰোগৰ

বহি থাকোতে ভৰি লৰচৰ কৰাৰ বদঅভ্যাসৰ আঁৰত থাকিব পাৰে কিছু ৰোগ

বহি থাকোতে ভৰি লৰচৰ কৰাৰ বদঅভ্যাসৰ আঁৰত থাকিব পাৰে কিছু ৰোগ

কেতিয়াবা কাম কৰি থাকোতে মানুহে নিজৰ কামত মন কেন্দ্ৰীভূত কৰি ৰাখিবলৈ এনে কিছুমান কাৰ্যকলাপ কৰে যি তেওঁ নিজেই গম নাপায়। ঠিক তেনেদৰে, কিছুমান মানুহে তেওঁলোকৰ মন স্থিৰ কৰি ৰাখিবলৈ ভৰি লৰচৰ কৰি থাকে। শুই থাকোঁতে বা অন্য কাম কৰোতে ভৰি লৰচৰ কৰাটো এক সাধাৰণ অভ্যাস হ’ব পাৰে, কিন্তু ইয়াৰ আঁৰত কিছুমান

ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰা উচিত নে? কি কয় চিকিৎসকে…

ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰা উচিত নে? কি কয় চিকিৎসকে…

ঋতুস্ৰাৱ (Periods) ৰ লগত বহুতো সমস্যা থাকে। পেট বা কঁকালত অসহ্যকৰ বিষ, ভাগৰুৱা, মূৰৰ বিষ… আদি। এনে সময়ত যৌন সম্পৰ্কত লিপ্ত হ’ব লাগে নে নালাগে ? তাক লৈ বহুতৰে বহু মত দেখা যায়। এই সন্দৰ্ভত কি কয় চিকিৎসকে? সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত স্ত্ৰীৰোগ বিশেষজ্ঞ শিল্পা ঘোষে কয় যে, মাহেকীয়াৰ সময়ত