বৰ্তমান সকলোৰে মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে । বৰ্ধিত ওজন আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে সকলোৱে আজিকালি গ্ৰীণ টি সেৱন কৰে । কিন্তু বিশেষজ্ঞৰ মতে গ্ৰীণ টি খালেই নহ’ব । গ্ৰীণ টি খোৱাৰো আছে বিশেষ নিয়ম । ১/ আহাৰ গ্ৰহণ কৰাৰ পিছত কেতিয়াও গ্ৰীণ টি নেখাব । বহুতেই আক’ আহাৰ
Category: Assamese News
জীৱনৰ কিছু সময় আমাৰ খুব বেয়া দিন যায় । কিন্তু এই বেয়া দিনৰ কাৰণবোৰ আমি কেতিয়াও বিশ্লেষণ নকৰো । ইয়াৰবাবে দায়ী হয়তো আমাৰ কিছুমান বেয়া অভ্যাস । এই বেয়া অভ্যাসবোৰ যদি আমি ৰোধ নকৰো, আমাৰ জীৱনৰ উন্নতি সম্ভৱ নহয় । এইক্ষেত্ৰত বাস্তুশাস্ত্ৰই আগবঢ়াইছে এই পাঁচটা বিশেষ অভ্যাস । যি কেইটা পালন কৰিলে আমাৰ বদ
অত্যাধিক কাম নকৰিব, নোৱাৰিব বুলি কওক। অতিথিৰ অভ্যৰ্থনাৰ পৰা কাৰ্যালয়ৰ পাৰ্টিত উপস্থিত থকালৈকে – এই সকলোবোৰ এতিয়া বাদ দিয়ক। 1/ 4 মাতৃ হোৱাটো জীৱনৰ অন্যতম শ্ৰেষ্ঠ অনুভূতি। কিন্তু এই সময়ৰ মাজেৰে যোৱাটো সহজ নহয়। আগতে আপুনি গৰ্ভধাৰণ আৰু প্ৰসৱৰ এক তীব্ৰ বেদনাদায়ক সময়ৰ মাজেৰে গৈছে। গতিকে এইবাৰ আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন
শীতকাল মানেই ছালৰ সমস্যা । বিশেষকৈ শীতৰ ঠাণ্ডাত সকলো লোকৰে ওঁঠ ফটা সমস্যা আৰম্ভ হোৱা দেখা যায় । এই সমস্যাৰ বাবে মানুহে প্ৰাণখুলি হাঁহিবও নোৱাৰা হয় । কেতিয়াবা ফটা ওঁঠৰ পৰা তেজ নিৰ্গত হোৱাও দেখা যায় । আচলতে শীত অহা আগেয়ে আমি ওঁঠৰ পৰিচৰ্যা কৰা দৰকাৰ । ফটা ওঁঠৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ বহুতেই
কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড যাক কোষৰ আৱৰণত পোৱা যায় আৰু যাক তেজলৈ পৰিবহন কৰা হয়। ই স্তন্যপায়ী প্ৰাণীৰ কোষ আৱৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। কিন্তু যদি কলেষ্টেৰলৰ স্তৰ উচ্চ হয়, ই ধ্বংসাত্মক! হৃদৰোগ আৰু ৰক্ত সঞ্চালনৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰে! হৃদআক্ৰমণ, ষ্ট্ৰোকৰ আশংকাও বহুগুণে বৃদ্ধি হয়। গতিকে