হাঁহ-কুকুৰা পালন এক লাভজনক ব্যৱসায়। গ্ৰামাঞ্চলত কুকুৰা পালন জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান সময়ত কুকুৰা পোৱালি উৎপাদন কৰি ভাল উপাৰ্জন কৰিব পাৰি। কম মূলধনেৰে উন্নত জাতৰ কুকুৰা পালন কৰি অধিক লাভ পোৱা সম্ভৱ। প্লাইমাউথ ৰক চিকেন হৈছে অন্যতম লাভজনক জাতৰ কুকুৰা। ই আমেৰিকাৰ জাতৰ কুকুৰা। আমেৰিকাৰ জাত হ’লেও ভাৰতত ইয়াৰ পালন
Category: Assamese News
সকলো মানুহেই ধনী হ’বলৈ ইচ্ছা কৰে । আজিৰ সমাজত ধনী মানুহৰ আদৰ , সন্মান বেছি । সেইবাবেই মানুহে ধনী হোৱাৰ আশাত দিন-ৰাতি অশেষ কষ্ট কৰা দেখা যায় । যিহেতু টকাই মানুহৰ সকলো আশা পূৰণ কৰে । যান্ত্ৰিক পৃথিৱীত চলিবলৈ ধন ঘটাৰ বাহিৰে অন্য উপায় নাই । কেতিয়াবা মানুহে বহু চেষ্টা কৰিও ধনী
বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট’নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি, পেট গহ্বৰত ৰক্তপাত, প্ৰকট উপাংগপ্ৰদাহ বা এপেণ্ডিচাইটিছ, পাক্স্থ্লী আৰু গ্ৰহণী ফুটা হোৱা ক্ষত, পিত্তথলিৰ স্ফীতি, খামুচি ধৰা হাৰ্নিয়া, ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰকট অগম্যতা(Acute Intestinal Obstruction) পেটৰ অংগসমুহত
কলেষ্টৰেল হৈছে আমাৰ শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এবিধ উপাদান । মূলত লিভাৰৰ দ্বাৰা উৎপাদিত এই চৰ্বিযুক্ত উপাদানবিধে দেহৰ হৰমন নিয়ন্ত্ৰণত এক বিশেষ ভূমিকা পালন কৰাৰ লগতে স্বাস্থ্যৰ বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে । আমাৰ লিভাৰত তৈয়াৰ হোৱা আৰু খাদ্যৰ মাধ্যমেৰে আমাৰ শৰীৰে লাভ কৰা কলেষ্টৰেল লিপোপ্ৰটিন নামৰ এবিধ কণাৰ
মিচিচিপিৰ বাসিন্দা ক্ৰীষ্টিনা ফিলিপছৰ বয়স যেতিয়া বাইশ বছৰ আছিল, তেতিয়া তেওঁৰ ওজন আছিল সাতশ পাউণ্ড বা তিনিশ সোতৰ কিলোগ্ৰামতকৈও অধিক। বিশাল ওজনৰ বাবে তেওঁৰ ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ হৈ পৰিল। জীৱনত জীয়াই থকাটোও তেওঁৰ বাবে সন্দিহান হৈ পৰিল। কিন্তু তেওঁ হাৰ নামানিলে। মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰম্ভ কৰিলে। আৰু এতিয়া