Category: Assamese News

বীৰ হনুমানে এঘাৰমুখৰ ৰূপ কিয় লব লগা হৈছিল

বীৰ হনুমানে এঘাৰমুখৰ ৰূপ কিয় লব লগা হৈছিল

আমি সকলোৱে হনুমান যি’ৰ কেৱল বানৰ মুখৰ লগত হে পৰিচিত কিন্তু হনুমান যি’ৰ ৩টা বেলেগ বেলেগ ৰূপ আছে। এই বিভিন্ন ৰূপ তেওঁ সময়ৰ সৈতে ধাৰণ কৰিছিল।এই তিনি ৰূপৰ ভিতৰত বানৰ ৰূপটো তেওঁৰ প্ৰমুখ্য ৰূপ যিটো ৰূপত হনুমান যি’ক দেখা পোৱা যায়।এই বানৰ ৰূপৰ বাহিৰে তেওঁৰ পঞ্চমুখী ৰূপ আৰু এঘাৰহ মুখী

শীতকালৰ শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা

শীতকালৰ শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ মানুহৰে ছাল শুকাবলৈ আৰম্ভ কৰে। ছালৰ আৰ্দ্ৰতা ক’ৰবাত হেৰাই যায় আৰু ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। ছালৰ লগতে আমাৰ ওঁঠো ফাটিবলৈ আৰম্ভ কৰে। কেতিয়াবা এই সমস্যা ইমানেই বাঢ়ি যায় যে ওঁঠৰ পৰাও তেজ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আমি আমাৰ ছালখনক লৈ

টোপনিৰ সমস্যাঃ টোপনি আহিবলৈ এই আকৰ্ষণীয় উপায় ব্যৱহাৰ কৰক

টোপনিৰ সমস্যাঃ টোপনি আহিবলৈ এই আকৰ্ষণীয় উপায় ব্যৱহাৰ কৰক

আজিৰ যুগত প্ৰায় প্ৰতি তিনিজন ব্যক্তিৰ ভিতৰত এজনৰ টোপনি নোহোৱাৰ সমস্যা থাকে।জীৱনশৈলী আৰু অত্যধিক কৰ্মৰ বাবে এই সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। এনে পৰিস্থিতিত ভাল টোপনি অহাৰ বাবেও বহু ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াত এনে কিছুমান আমোদজনক পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে- টোপনি আহিবলৈ এই আকৰ্ষণীয় উপায় ব্যৱহাৰ কৰক।

গৱেষণাঃ যিসকল পুৰুষ তপামূৰীয়া, তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষিত হয় মহিলা…

গৱেষণাঃ যিসকল পুৰুষ তপামূৰীয়া, তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষিত হয় মহিলা…

এজন ব্যক্তিৰ চেহেৰাত সুন্দৰতা যোগ কৰাত চুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলি হৈছে শৰীৰৰ সেই অংশ যিয়ে আপোনাৰ প্ৰতি যিকোনো ব্যক্তিৰ দৃষ্টি আটাইতকৈ বেছি আকৰ্ষণ কৰে। কিন্তু, পৃথিৱীৰ বহু লোকৰ চুলিৰ লগত জড়িত সমস্যা আছে। চুলি ভাল কৰি ৰাখিবলৈ আৰু গজাবলৈ মানুহেও বিভিন্ন ধৰণৰ টিপছ গ্ৰহণ কৰে। চুলিৰ লগত জড়িত

ডায়েপাৰে আপোনাৰ শিশুক কিদৰে ক্ষতি কৰিব পাৰে?

ডায়েপাৰে আপোনাৰ শিশুক কিদৰে ক্ষতি কৰিব পাৰে?

সকলো অভিভাৱকে তেওঁলোকৰ সন্তানক পৰিস্কাৰভাৱে ৰাখিবলৈ চেষ্টা কৰে। বিশেষকৈ নৱজাতক পিতৃ-মাতৃয়ে যিমান সম্ভৱ যত্ন ল’ব বিচাৰে। এই সময়ছোৱাত শিশুটোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ প্রতিদিনে ডায়েপাৰ প্রয়োজন। জন্মৰ পিছতেই কেইবছৰমানৰ বাবে শিশুৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ প্রতিদিনে ডায়েপাৰ প্ৰয়োজন হৈ পৰে। কিন্তু আপুনি জানেনে যে কিছুমান ডায়েপাৰত কেঁচুৱাটোৰ ক্ষতি কৰিব পৰা