আজি আমি ভগৱান শ্ৰীকৃষ্ণৰ বাণীৰ পৰা সফলতাৰ ৰহস্য জানিবলৈ চেষ্টা কৰিম। ভগৱান শ্ৰীকৃষ্ণৰ মতে “এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে সফল হ’ব বিচাৰে। যিজনৰ টকা-পইচা কম, তেওঁ বিচাৰে মোৰ টকা বেছি হোৱাটো। যি দুখীয়া তেওঁ বিচাৰে ধনী হোৱাটো। ইফালে যি ব্যক্তিৰ জ্ঞানৰ অভাৱ, সেই ব্যক্তিয়ে নিজে বুদ্ধিমান হোৱাটো বিচাৰে। আনকি যি বৈৰাগী
Category: Assamese News
ভগৱান বিষ্ণু এদিন গৰুড় পক্ষীত বহি কৈলাশ পৰ্বতত গৈছিল । কৈলাশৰ গুহাৰ ভিতৰত বিষ্ণুক এৰি থৈ গৰুড় বাহিৰত আহিল । বাহিৰত এটা সুন্দৰ মৰমিয়াল চৰাই দেখা পাই চাব ধৰিলে । সেই সময়তে যম দেৱতা কৈলাশলৈ আহিল । যম দেৱতাইও সেই সৰু চৰাইটোক ঘূৰি ঘূৰি চাই কৈলাশৰ ভিতৰলৈ গুচি গল ।
বৰ্তমান ইউৰিক এচিডৰ সমস্যা অতি সচৰাচৰ হৈ পৰিছে। শৰীৰত প্ৰুৰিন নামৰ ৰাসায়নিক পদাৰ্থ এটা ভাঙি পৰাৰ পিছত ইউৰিক এচিড সৃষ্টি হয়। বহুক্ষেত্ৰত, এনে হয় যে ইউৰিক এচিড তেজত মিহলি হয় আৰু প্ৰস্ৰাৱৰ জৰিয়তে বৃক্কৰ মাজেৰে পাৰ হয়। পিউৰিন থকা খাদ্য, যদি অত্যাধিক খোৱা হয় তেতিয়া শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি
দাঁত বগা হৈ নাথাকিলে মুখৰ সৌন্দৰ্য ম্লান পৰে। কেতিয়াবা হালধীয়া দাঁতৰ বাবে মানুহে মুকলিকৈ হাঁহিব নোৱাৰে আৰু কিবা কাৰণত কোনোবাই দাঁত দেখিলেও যথেষ্ট বিৰক্তিৰ সন্মুখীন হ’ব লগা হয়। যদি দাঁত সঠিকভাৱে পৰিষ্কাৰ কৰা নহয়, তেনেহ’লে হালধীয়া দাগ পৰাটো নিশ্চিত। সকলোৱে দিনত দুবাৰ ব্ৰাছ কৰাটো নিশ্চিত কৰিব লাগে। যদি কাৰোবাৰ দাঁতত
মানুহ ৯২ বছৰ বয়সতো পিতৃ হোৱাৰ অভিলেখ আছে গ্ৰীনিছ বুকত যদিওবা ৫০ বছৰৰ পিছত পিতৃ হোৱা লোক খুব কম দেখা যায়। সেইবুলি যেনেকৈ ৪৫ বছৰৰ পিছত মহিলাৰ ঋতুস্ৰাৱ বন্ধ হৈ মা হ’ব নোৱাৰা হয় ঠিক তেনেকৈ পুৰুষ এজন পিতৃ হোৱা কথাটো একে নহয় , ই সম্পূৰ্ণ পৃথক। বয়সৰ লগে লগে