এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়

1 min read

মান্যতা অনুসাৰে-এই ৬টা কাৰ্য্য কৰিলে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়।কোৱা হয়-গোপালে সকলো মনৰকামনা পূৰ্ণ কৰে।

ভগৱান শ্ৰী কৃষ্ণ-এনে এজন দেৱতা হয়-যাক প্ৰসন্ন কৰিবলৈ বহুত সহজ হয়।কোৱা হয় যে-নটখট নন্দ গোপাল বহু সময়লৈকে কাৰোবাৰ ওপৰত ৰুষ্ট হৈ থাকিব নোঁৱাৰে।ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমাৰ পৰা-ওলাই অহা সামান্য হাঁহিটিয়ে ভক্তসকলৰ বাবে-সমস্যাৰ লগত সন্মুখীন হবলৈ যথেষ্ট হয়।যিদিৰে-প্ৰতিদিনে কোনো নহয় কোনো ভগৱানক পূজা কৰা হয়-তেনেদৰে বুধবাৰৰ দিনটো ভগৱান শ্ৰী কৃষ্ণক মনা হয়।কোৱা হয় যে-যদি বুধবাৰৰ দিনা ভক্তসকলে শুদ্ধ মনেৰে-কিছু কাৰ্য্য কৰিলে-নন্দ গোপাল প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনৰ ইচ্ছা পূৰ্ণ কৰে।

*ভগৱান শ্ৰী কৃষ্ণক কি দৰে-কৰিব প্ৰসন্ন-

১)শ্ৰী কৃষ্ণক মাখনচোৰ বুলি কোৱা হয়।কাৰণ সৰুতে তেওঁ-মাখনচোৰ কৰিছিল।ভগৱান শ্ৰী কৃষ্ণয়ে গাখীৰ বা গাখীৰৰে বনোৱা সামগ্ৰী অতিপ্ৰিয় হয়।সেইবাবে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-গাখীৰ-দৈ-আৰু মাখনৰ পৰা বনোৱা বস্তু যেনে-মাখন মিচিৰিৰ ভোগ অৰ্পণ কৰিব লাগে।

২/মনা হয় যে-ভগৱান শ্ৰী কৃষ্ণৰ হালধীয়া বস্ত্ৰ প্ৰিয়।ভক্তসকলে-হালধীয়া বস্ত্ৰ পৰিধান কৰি-ভগৱান শ্ৰী কৃষ্ণৰ পূজা কৰিব লাগে।

৩/ভক্তসকলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-কৃষ্ণ গায়ত্ৰী মন্ত্ৰ-অৰ্থাৎ-ঔম দৈৱকীনন্দায়ে বিধিমহে বাসুদেৱায়ে ধীমহি তন্ন কৃষ্ণা প্ৰচোদয়াত”মন্ত্ৰটি জাপ কৰিব লাগে।

৪/ভগৱান শ্ৰী কৃষ্ণৰ পূজন কৰি-চন্দনৰ তিলক লগোৱাটো বহুত হয়।

৫/কৃষ্ণ মন্ত্ৰ বা-“কৃষ্ণা-কৃষ্ণা” জাপ কৰিলেও-ভগৱান শ্ৰী কৃষ্ণই মনৰ কথা শুনে।

৬/ভগৱান শ্ৰী কৃষ্ণৰ তুলসী মাতা প্ৰিয় হয়।মান্যতা অনুসাৰে-ভগৱান শ্ৰী কৃষ্ণৰ পূজাত-তুলসী অৰ্পণ কৰিব লাগে।

নমো নমো-তুলসী কৃষ্ণ প্ৰেয়সী নমোঃ নমোঃ

*তুলসী মালা পিন্ধাৰ লাভ-

১/ব্ৰজ্ৰপাতৰ মৃত্যুৰ পৰা ৰক্ষা পোৱা যায়।

২/দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা যায়।

৩/সাপে খুটাঁৰ পৰা ৰক্ষা পোৱা যায়।

৪/দিনত বা ৰাতি শুলে-বেয়া সপোন দেখিলে-তেনে সপোনৰ পৰা ৰক্ষা পোৱা যায়।(সংগ্ৰহিত)।

You May Also Like

More From Author