তুলসীৰ ওচৰত কি কি বস্তু ৰাখিব নাপায়

1 min read

১/শাস্ত্ৰত তুলসীক বহুত পৱিত্ৰ আৰু দেৱী লক্ষ্মীৰ ৰূপ বুলি মনা যায়।কোৱা হয় যে-যাৰ ঘৰত তুলসী থাকে-তাত কোনো ধৰণৰ চিন্তা নেথাকে। মান্যাতা আছে-ঘৰৰ আগফালে তুলসী থাকিলে-ঘৰখনলৈ বেয়া বস্তুৱে-চকু দিব নোৱাৰে…

২/শাস্ত্ৰৰ অনুসাৰে-তুলসীৰ ওচৰত কিছুমান বস্তু ৰাখিব নাপায় আৰু সেই বস্তু ৰাখিলে-ঘৰখনত অশান্তিৰ কাৰণ হৈ পৰে।

তুলসীৰ ওচৰত ৰাতি পানী নাৰাখিব। শাস্ত্ৰৰ মতে-সন্ধিয়া বা-ৰাতি তুলসীৰ ওচৰত পানীৰ পাত্র নাৰাখিব আৰু তুলসীত পাচবেলা-পানী অৰ্পণ কৰিব নালাগে।তুলসীত ৰাতিপুৱা-স্নান কৰাৰ পাচত পানী দিলে শুভ বুলি মনা হয়।তুলসীৰ ওচৰত ভৰি থকা পানীৰ পাত্র বা-খালী পানীৰ পাত্র কেতিয়াও ৰাখিব নাপায়। এনে কৰিলে-ঘৰখনত বাস্তু দুখৰ উৎপন্ন হোৱাৰ লগতে-ঘৰখনত আৰ্থিক চিন্তাৰো কাৰণ হৈ পৰে।

 

৩/তুলসীৰ ওচৰত লেতেৰা-জাৱৰ -জোথৰ-আৰ্ৱজনা নাৰাখিব।

তুলসীৰ চাৰিওফালে সদায়ে পৰিষ্কাৰ কে ৰাখিব লাগে।তুলসী ঘৰৰ আগফালে লগোৱা হয় কাৰণ- শান্তি আহিবলৈ তুলসীৰ আশে-পাশে-লেতেৰা কৰি ৰাখিলে-ঘৰখনত সদায়ে অশান্তিৰ সৃষ্টি হয় আৰু লগতে আৰ্থিক সমস্যাও উৎপন্ন হয়।

৪/তুলসীৰ আশে/পাশে তুলসীৰ পৱিত্ৰতাৰ ভালকৈ চকু দিব লাগে।তুলসীৰ ওচৰত কেতিয়াও তিতা কাপুৰ ৰাখিব নালাগে অথবা-তিতা কাপুৰ মেলিব বা শুকুৱাবও নেলাগে। তুলসীৰ ওচৰত তিতা কাপোৰ ৰাখিলেও.. ঘৰখনত-সমস্যাই দেখা দিয়ে।

৫/বহুতে আকৌ তুলসীৰ ওচৰত/নানান দেৱ/দেৱীৰ মূৰ্তি ৰাখে।তুলসীৰ ওচৰত আন দেৱ দেৱী ৰাখিলেও-গণেশৰ মূৰ্তি ৰাখিব নালাগে-কাৰণ- গণেশৰ পূজাত-তুলসী পাত ব্যৱহাৰ কৰা নহয়।

You May Also Like

More From Author