আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী! আচলতে নিশিতাৰ এয়া আচল বিয়া নহয়। এয়া আহিবলগীয়া ছবি ‘ৰাঘব’ৰ দৃশ্যহে। যোৰহাটত পূৰ্ণোদ্যমে চলিছে ‘ৰাঘব’ৰ শ্বুটিং। যতীন বৰাৰ সৈতে নতুন ছবিখনৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী নিশিতাও। সকলো ফালৰ পৰাই এই ছবিখন এক সৰ্বাংগসুন্দৰ ছবি হ’ব বুলি আশা প্ৰকাশ কৰিছে নিশিতা গোস্বামীয়ে।
Category: Assamese News
শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় । কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস । গৰুৰ গাখীৰৰ কম্পজিচনত
Tulsi Tea : শীত মানেই হেজাৰ সমস্যা । কাৰণ, গৰমৰ পৰা ঠাণ্ডা পৰাৰ এই সময়ছোৱাচ বতাহত ধূলিকণাৰ পৰিমাণ বাঢ়ে, ফলত ৰোগ জীৱাণুৰ প্রকোপো বাঢ়ে । সেয়ে হঠাৎ ঠাণ্ডা লগা, এলার্জিজনিত চর্দি-কাহ, ডিঙি খুচখুচোৱাই জাঙুৰি ধৰে ইপিনে অতিমাৰীৰ পাছত সামগ্রিকভাৱে ৰোগ প্রতিৰোধ ক্ষমতা কম বেছি পৰিমাণে সকলোৰে কমিছে । এনে পৰিস্থিতিত
আপুনি জানেনে, জবা ফুলে বিভিন্ন বেমাৰ আজিৰ ৰোধ কৰাত সহায় কৰে৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে হিবিস্কাছ ৰোজা-চাইনেছি৷ পৃথিৱীত ৬০০তকৈও অধিক জবা ফুলৰ প্ৰজাতি আছে৷ ই বেছিভাগ পৃথিবীৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অংশত উৎপাদিত হয়৷ জবা ফুল বিশেষকৈ ৰঙা ৰঙৰ পোৱা যায় যদিও ইয়াৰ আন ৰঙৰ কিছুমান হাইব্ৰিড ফুল আছে৷ যেনে হালধীয়া,
অনিদ্ৰাজনিত সমস্যাই বহুতৰে জীৱন দুৰ্বিসহ কৰি তোলে৷ কেতিয়াবা অনিদ্ৰাৰপৰাই শৰীৰ বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খায়ো ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি বহুতে হতাশাত ভোগে৷ কৰ্মব্যস্ততাৰ ফলত মানসিক হেঁচাৰ বাবেও কেতিয়াবা টোপনিত ব্যাঘাত জন্মে৷ নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস এই ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ৷ শোৱা আৰু উঠাৰ সময় সদায়