Category: Assamese News

পাচনতন্ত্র শক্তিশালী কৰাৰ  আয়ুর্বেদিক উপায়

পাচনতন্ত্র শক্তিশালী কৰাৰ আয়ুর্বেদিক উপায়

আয়ুর্বেদ অনুসৰি পাচন সম্বন্ধীয় সমস্যা হৈছে প্রায়ভাগ ৰোগৰ মূল কাৰণ৷ পাচনতন্ত্র শক্তিশালী হ’লে অধিকসংখ্যক ৰোগ প্রতিৰোধ কৰাৰ লগতে নিৰাময় কৰিব পাৰি৷ আয়ুর্বেদত পাচনতন্ত্র সবল কৰি ৰাখিবলৈ কেতবোৰ নিয়মাৱলী উল্লেখ কৰিছে৷ সেইসমূহ হৈছে– ৰাতিপুৱা শুই উঠি পানী সেৱন কৰাঃ ৰাতিপুৱা শুই উঠিয়ে এগিলাচ পানী খোৱাৰ অভ্যাসে পাচন সম্বন্ধীয় বহুতো সমস্যা দূৰ

অত্যধিক ভোকত বিস্কুট খাই নেকি? তেন্তে সাৱধান

অত্যধিক ভোকত বিস্কুট খাই নেকি? তেন্তে সাৱধান

ক’ৰোনাৰ আতংকৰ বাবে ফুটপথ বা ৰাস্তাই ঘাটে মানুহে আহাৰ গ্ৰহণৰ পৰা বিৰত আছে। যাৰ বাবে বহুতেই বেগত পেকেট বিস্কুট বা কেক ৰাখে। ভোক লাগিলেই বেগৰ পৰা বিস্কুট খাই সাময়িকভাবে ভোক সামৰে। বহুতেই হয়টো এখন বিস্কুটেৰে মন নভৰাৰ বাবে বহুকেইখন বিস্কুট একেলগে মুখত ভৰায়। সকলোৱে ভাৱে ৰাস্তাৰ অস্বাস্থ্যকৰ খাদ্যতকৈ পেকেটৰ ভিতৰৰ

কেনে লোকৰ ঘৰত কন্যা শিশু জন্ম লাভ কৰে জানেনে? শ্ৰীকৃষ্ণৰ অমৃত বাণী

কেনে লোকৰ ঘৰত কন্যা শিশু জন্ম লাভ কৰে জানেনে? শ্ৰীকৃষ্ণৰ অমৃত বাণী

প্ৰতি বছৰে ১১ অক্টোবৰত উদযাপন কৰা হয় আন্তৰ্জাতিক কন্যা শিশু দিৱস। ৰাষ্ট্ৰসংঘই ২০১২ চনৰ ১১ অক্টোবৰত প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপন কৰিছিল। কিন্তু প্ৰতি বছৰে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰি অহাৰ সমান্তৰালকৈ আজিও আমাৰ সমাজত কন্যা শিশু জন্ম হলে দুখৰ ছাঁ পৰে। পুৰুষ প্ৰধান সমাজত আজিও

আমাৰ স্বাস্থ্য ৰক্ষাত আলু

আমাৰ স্বাস্থ্য ৰক্ষাত আলু

বহুতৰে ধাৰণা, আলু বেছিকৈ খালে মানুহ শকত হয়৷ এনে ধাৰণাৰ বশৱর্তী হৈয়ে শকত ব্যক্তি বা কিঞ্চিত শকত ল’ৰা–ছোৱালীক আলু খাবলৈ বাধা কৰা হয়৷ সঁচাকৈয়ে বাৰু আলু খালে মানুহ শকত হয় নেকি? শকত হোৱাৰ নিমিত্তে খাদ্যত যিবোৰ উপাদান থাকিব লাগে, আলুত থকা সেই উপাদানবোৰৰ পৰিমাণ বিশ্লেষণ কৰি চালেই ইয়াৰ উত্তৰ পোৱা

কল খালে হয় হাতীৰ সমান বল…কিন্তু জানেনে খোৱাৰ সঠিক সময়

কল খালে হয় হাতীৰ সমান বল…কিন্তু জানেনে খোৱাৰ সঠিক সময়

কল সকলোৰে এবিধ প্ৰিয় ফল। কল স্বাস্থ্যৰ বাবে বহু উপকাৰী। কলে ভোক আৰু চৰ্বী কমোৱাত সহায় কৰে। কিন্তু কল খোৱাৰো সঠিক সময় থাকে, নহলে ই স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। খালী পেটত কেতিয়াও কল খাব নালাগেঃ কলত যথেষ্ট পৰিমাণে পটেছিয়াম, ফাইবাৰ, মেগনেছিয়াম আৰু এছিড পোৱা যায় । বিশেষজ্ঞ সকলৰ