ৰাহুল গান্ধীৰ দুৰ্গত নিৰ্বাচনী ৰণডংকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে কেৰালাৰ ৱায়নাড়ত কে সুৰেন্দ্ৰনৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই। ৰোড শ্ব’ত জনতাৰ সঁহাৰি দেখি অভিভূত ড০ শৰ্মা। এইবাৰ ৱায়নাড়ত মসৃণ নহয় ৰাহুল গান্ধীৰ জয়। কেৰালাৰ ৱায়নাড়ত এইবাৰ হ’ব ত্ৰিকোণীয় যুঁজ। ৰাহুল গান্ধীক সমালোচনাৰে থকাসৰকা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত
Category: Assamese News
মঙলদৈত অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি। মঙলদৈৰ ২নং ৱাৰ্ডত সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা। স্বামীয়ে কৰা এচিড আক্ৰমণত আহত হ’ল পত্নী আৰু ভাতৃ ৰফিকুল হুছেইন। দুয়োকে GMCHত ভৰ্তি কৰোৱা হৈছে। এচিড আক্ৰমণ কৰিয়ে নিশাই মঙলদৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আখতাৰ হুছেইনে। বেগা নদীত এচিডৰ বটল বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। মঙলদৈ ২নং
ৰাজ্যৰ অভিনয় জগতলৈ এক দুখবৰ। দুৰ্ঘটনাত পতিত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰেমানন্দ বৰুৱা। কিছুদিন পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈছে। খবৰ অনুসৰি মঙলদৈ চহৰৰ পৰা গাঁৱৰ ঘৰলৈ গৈ আছিল অভিনেতাগৰাকী কিন্তু হঠাৎ বাহনৰ আগত ক’ৰবাৰ পৰা শিয়াল এটা আহি আগত পৰে। আৰু তৎমুহূৰ্ততে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই অভিনেতাগৰাকীয়ে। সোঁহাতত অস্ত্ৰোপচাৰ কৰিব
তেওঁলোক দুয়োগৰাকীয়ে ধাৰাবাহিকৰ চিনাকি মুখ, কিন্তু Real Life কাণ্ডৰ কথা শুনিলে বকু কঁপি উঠিব আপোনাৰ। নিশা পেটত সুৰাটুপি পৰিলেই অসুৰ হৈ সুন্দৰী যুৱতী, পাহৰি যায় নিজকে। ধনীৰ দুলাল সুন্দৰী যুৱতীৰ পৰা বাছি আৰক্ষীয়েও। নিশা আৰক্ষী জোৱানক তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা সুন্দৰী যুৱতীৰ নেতৃত্বত অসুৰৰ দলৰ। ৫ যুৱক-যুৱতীৰ নৃশংস কাণ্ডক
সন্মুখত বিয়া। ঘৰত প্ৰস্তুতি তুংগত। কিন্তু বৰযাত্ৰী অহাৰ পূৰ্বেই ঘটিল চাঞ্চল্যকৰ ঘটনা। বিয়াৰ আগদিনা নিশাৰ অন্ধকাৰত নোহোৱা হ’ল কইনা। হঠাৎ ঘৰৰ পৰা কইনা নাইকীয়া হোৱাত লাগিল হাহাকাৰ। পৰিয়ালৰ সদস্যৰ লগতে বহু লোকে বিচাৰ-খোচাৰ কৰিলে, কিন্তু নাই। হ’বলগীয়া দৰাৰ মূৰত ৰামটাঙোন শোধাই প্ৰেমিকৰ সৈতে পলাই গ’ল কইনা। যোৱাৰ সময়ত লৈ গ’ল