ষ্টেট হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ ইছলামপুৰস্থ হাজি মুছাফিৰ খানাত হজ যাত্ৰাৰ প্ৰাকক্ষণত এক প্ৰেছ মেল সম্বোধন কৰে। স্বাস্থ্যকৰ্মীয়ে যাত্ৰীসকলৰ কভিড -১৯ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে। আজি প্ৰথমটো দল হজ যাত্ৰীয়ে গুৱাহাটী এৰি যাত্ৰা আৰম্ভ কৰে।
Category: Assamese News
আজি আমবাৰীস্থ এজিপিৰ মুখ্য কাৰ্য্যালয়ত কংগ্ৰেছৰ বহু কেইজন নেতা আৰু সদস্যই আনুষ্ঠানিকভাৱে এজিপিত যোগদান কৰে। নতুন সদস্যসকলৰ সৈতে ফটো উঠিছে এজিপিৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই।
শুকুৰবাৰে গুৱাহাটীৰ যোৰাবাট অঞ্চলত ৰাতিপুৱা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এক বিধ্বংসী পৰিৱেশৰ সৃষ্টি হয়।পাহাৰৰ পৰা নামি অহা অজস্ৰ বোকা আৰু পানী জমা হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত কৰি তোলে।লক্ষণীয়ভাৱে যোৰাবাট আৰু গুৱাহাটীৰ অন্যান্য অংশত এজাক সৰু বৰষুণৰ ফলত এনে আকস্মিক বানপানী প্ৰায় চিনাকি হৈ পৰিছে।কিন্তু আজিৰ এই
এখন কেতিয়াও নেদেখা বিয়া। গুজৰাটৰ ২৪ বছৰীয়া ক্ষমা বিন্দুৱে নিজকেই পাতিব বিয়া। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও গুজৰাটৰ বদোদৰাৰ এইগৰাকী যুৱতী নিজৰ লগতেই আৱদ্ধ হ’ব বিবাহপাশত। এই ব্যতিক্ৰম বিয়াখনত সকলোখিনি ৰীতি-নীতি মানি চলা হ’ব, যেনে- ‘ফেৰা’, বিয়াৰ প্ৰতিজ্ঞাৰ পৰা আৰম্ভ কৰি গোৱাৰ হানিমুনলৈকে। এই বিয়াখনত নাথাকে দৰা বা বৰযাত্ৰী। উল্লেখ্য
নিৰ্ধাৰিত সময়তকৈ তিনিদিন পূর্বে কেৰালাত ২৯ মেত প্ৰৱেশ কৰা দক্ষিণ পশ্চিম মৌচুমী বায়ু কেইবাখনো ৰাজ্যৰ ওপৰেৰে অসমকে ধৰি উত্তৰ পূৱৰ দিশে গতি কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি অনুসৰি মৌচুমী বায়ুৱে হিমালয়ৰ পাদদেশৰে পশ্চিমবঙ্গ আৰু বাংলাদেশৰ দিশে গতি কৰিছে । সকলো ঠিকে থাকে থাকিলে ২ বা ৩