Category: Assamese News

দাগী অপৰাধীয়ে পৰিকল্পিতভাৱে জ্বলাই দিলে বটদ্ৰৱা থানা !

দাগী অপৰাধীয়ে পৰিকল্পিতভাৱে জ্বলাই দিলে বটদ্ৰৱা থানা !

একাংশ উন্মাদ লোকে আইন হাতত তুলি নগাঁও জিলাৰ বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ ন ন তথ্য উদ্‌ঘাটন হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাৰ আঁৰত ড্ৰাগ্‌ছ মাফিয়া, ডকাইতৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত জড়িত একাংশ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ লগতে বৰদোৱাত ব্যাপক হাৰত চলি থকা বেদখলৰ কথাও চৰ্চালৈ আহিছে৷ আজি নগাঁও জিলাৰ আৰক্ষী

মাদ্ৰাছা শব্দটো অস্তিত্বহীন হ’ব লাগে :হিমন্ত বিশ্ব শৰ্মা

মাদ্ৰাছা শব্দটো অস্তিত্বহীন হ’ব লাগে :হিমন্ত বিশ্ব শৰ্মা

মাদ্ৰাছা শব্দটো অস্তিত্বহীন হ’ব লাগে আৰু সকলো বিদ্যালয়তে আধুনিক শিক্ষা থাকিব লাগে।মানৱ অধিকাৰ উলংঘা কৰি শিশুসকলক মাদ্ৰাছাত ভৰ্তি কৰোৱা হয়।দেওবাৰে দিল্লীত পঞ্চজন্য  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ দ্বাৰা আয়োজিত ‘মিডিয়া মহামন্থন’ নামৰ এক অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”যেতিয়ালৈকে “মাদ্ৰাছা” শব্দটো বিদ্যমান, শিশুসকলে চিকিৎসক

ফ’ৰলেন ঘাইপথত যান-বাহনৰ সৰ্বাধিক গতিবেগ হ’ব ১০০ কিল’মিটাৰ

ফ’ৰলেন ঘাইপথত যান-বাহনৰ সৰ্বাধিক গতিবেগ হ’ব ১০০ কিল’মিটাৰ

পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰি চূড়ান্ত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে৷ উল্লেখযোগ্য যে পূৰ্বে যান-বাহনৰ গতিবেগত কেবিনেটে অনুমোদন জনাই ৰাইজৰ মতামত গ্ৰহণ কৰিছিল৷ মতামত গ্ৰহণ কৰাৰ অন্তত আজি দিছপুৰত অনুষ্ঠিত কেবিনেটত ফ’ৰলেন হাইৱে’, ৰাজ্যিক ঘাইপথ আৰু পৌৰসভা এলেকাত যান-বাহনৰ গতিবেগত চূড়ান্ত অনুমোদন জেনাৱা হৈছে৷ কেবিনেটে চাহ বাগিচাত নিৰ্মাণ

বিনামূলীয়াকৈ পেট্ৰ’ল যোগান ধৰা এটা পেট্ৰ’ল পাম্প।

বিনামূলীয়াকৈ পেট্ৰ’ল যোগান ধৰা এটা পেট্ৰ’ল পাম্প।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে য’ত হঠাতে এটা পেট্ৰ’ল পাম্পত ঘোষণা কৰা হয় যে ইয়াত বিনামূলীয়াকৈ পেট্ৰ’ল উপলব্ধ হ’ব, এনে কিবা এটা ঘটি যোৱাৰ পিছত যিটো ভাইৰেল হৈছিল।শেহতীয়াকৈ, কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত জনসাধাৰণক কিছু সকাহ দিছে। চৰকাৰে শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৮

গোলাঘাটত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ; হিন্দু যুৱ পৰিষদৰ গোচৰৰ ভিত্তিত অভিযুক্তৰ চাৰি আত্মীয়ক আটক

গোলাঘাটত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ; হিন্দু যুৱ পৰিষদৰ গোচৰৰ ভিত্তিত অভিযুক্তৰ চাৰি আত্মীয়ক আটক

গোলাঘাট বেবেজীয়া কাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত আজি গোলাঘাটত বিভিন্ন দল-সংগঠনৰ লগতে বেবেজীয়াবাসীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই নাজিদুলক ফাঁচী দিয়া আৰু অসম পুলিচ হায় হায় ধ্বনিৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসম পুলিচৰ প্ৰতি