সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত? কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব শৰণীয়াই। নৱ কুমাৰ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বৃহস্পতিবাৰে এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ সাংসদ নৱ শৰণীয়া। এইবাৰ নিৰ্বাচনত দিব নোৱাৰিব মনোনয়ন পত্ৰ। কিন্তু আন সমষ্টিত নিৰ্বাচন খেলিব পাৰিব শৰণীয়াই।
Category: Assamese News
UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ ৭ সন্তান। অভিজ্ঞান হাজৰিকা, ঈশ্বৰী ডেকা, ভাস্বত শইকীয়া, কল্লোল হাজৰিকা, ৰিতুৰাজ শৰ্মা আৰু ৰিকি লহকৰ প্ৰধানে জিলিকালে অসমৰ নাম। অভিজ্ঞান শইকীয়াই ১৭২ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ঈশ্বৰী ডেকাই লাভ কৰে ৩২০সংখ্যক স্থান। ইফালে, ভাস্বত শইকীয়াই ৫৫২সংখ্যক স্থান, কল্লোল হাজৰিকাই ৯৯২সংখ্যক স্থান আৰু ৰিকি লহকৰ প্ৰধানে
আচাৰ্য চাণক্য প্ৰাচীন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পণ্ডিত। বিভিন্ন বিষয়ত তেওঁৰ অপৰিসীম জ্ঞানৰ পৰিসৰ আজিও মানুহক আচৰিত কৰি তুলিছে। এই মহান পণ্ডিতে তেওঁৰ নীতি শাস্ত্ৰ গ্ৰন্থত ধৰ্ম, অৰ্থ, কাম, মোক্ষ, পৰিয়ালকে ধৰি কেইবাটাও বিষয়ত কিছুমান নিয়ম (চাণক্য নীতি) পালন কৰাৰ কথা কৈছে। এই নিয়মবোৰ আজিও প্ৰাসংগিক। বহু সময়ত দেখা যায় যে
যিকোনো অংশতে মুখৰ কৰ্কট ৰোগ হ’ব পাৰে। যেনে ওঁঠ, আঁলু, জিভা, গালৰ ভিতৰৰ তৰপ বা জিভাৰ তলত। ভাৰতত দেখা দিয়া অন্যতম সাধাৰণ কৰ্কট ৰোগ হৈছে মুখৰ কৰ্কট ৰোগ। ২০২০ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি ধঁপাত সেৱন মুখৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈ আহিছে। গুটখা, জৰ্দা, খাইনী, চিগাৰেট, বীড়ি আদি
শিৱ আৰু শ্মশান.. সৃষ্টিৰ প্ৰতিটো অংশত বিৰাজমান মহাদেৱে শ্মশানত কিয় সাধনা কৰে এবাৰ পাৰ্বতীয়ে প্ৰশ্ন কৰিছিল।( Religious Studies ) শিৱ কোনো ভৌতিক অৱস্থান নহয়। Everything comes from nothing and goes back to nothing. The basis of existence and the fundamental quality of the cosmos is vast nothingness.এই খালি ঠাইখিনিয়ে শিৱ।শিৱৰ