Category: Assamese News

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ নিলয় দত্তৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ নিলয় দত্তৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা ক্ৰিড়া সংগঠক নিলয় দত্তৰ পৰলোকপ্ৰাপ্তি। শনিবাৰে নিশা কৰ্নাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জ্যেষ্ঠ অধিবক্তাগৰাকীৰ। যোৱানিশা বাংগালুৰুৰ পৰা পত্নীসহ নিলয় দত্ত কুৰ্গলৈ গৈছিল বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ। বিবাহ বাৰ্ষিকীৰ অনুষ্ঠানৰ পাছতেই নিশা প্ৰায় ২ বজাত আকস্মিক মৃত্যু ঘটে নিলয় দত্তৰ। মৃত্যুৰ সময়ত তেওঁৰ সৈতে আছিল

উঃ মাঃ চূড়ান্ত বর্ষঃ ১ অক্টোবৰৰ পৰা বিশেষ পৰীক্ষা

উঃ মাঃ চূড়ান্ত বর্ষঃ ১ অক্টোবৰৰ পৰা বিশেষ পৰীক্ষা

অহা ১ অক্টোবৰৰ পৰা চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰি এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা সময়সূচী অনুসৰি অহা ১১ নৱেম্বৰত এই বিশেষ পৰীক্ষাৰ সামৰণি পৰিব৷ উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত শুকুৰবাৰে আবিৰ্ভাৱ হোৱা দেখা গল গৰ্গমুনিক। নিমিষতে মুনিৰ আবিৰ্ভাৱৰ এই বাতৰি বিয়পি পৰিল সামাজিক মাধ্যমত ৷ প্ৰকৃততে শুকুৰবাৰে নিশা মৰিয়নীত দেবেৰাপাৰ চাৰিআলিৰ মেজিক-এপে সন্থাই বিশ্বকৰ্মা পূজাৰ উপলক্ষে এক ভাওনা সবাহৰ আয়োজন কৰিছিল । মেজিক ষ্টেণ্ডত অনুষ্ঠিত এই ভাওনাত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰ্গমুনিৰ চৰিত্ৰ ৰূপায়ন

চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ

চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ

কৰ’ণা অতিমাৰীয়ে সমগ্ৰ দেশত সংহাৰ সৃষ্টি কৰাৰ সময়ত আৰ্তজনক কাষত ঠিয় দি সকলোৰে প্ৰিয় হৈ পৰা বলিউদৰ অভিনেতা চনু চুডৰ বিৰুদ্ধে উত্থাপিত হৈছে কৰ ফাঁকিৰ অভিযোগ ৷ শনিবাৰে CBDT(Central Board of Direct Taxes)য়ে অভিযোগ কৰে যে, চনু চুড আৰু তেওঁৰ সহযোগীসকলে 20 কোটি টকাৰ কৰ ফাঁকি দিছে ৷ CBDTয়ে এইবুলিও

কুকি বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰৰ দাবীত ডিফুত প্ৰতিবাদ

কুকি বিদ্ৰোহী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰৰ দাবীত ডিফুত প্ৰতিবাদ

কুকি বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তিৰ বাবে কুকি ষ্টুডেণ্ট অৰ্গেনাইজেছন, চমুকৈ কেএছঅ’ আৰু কুকি নেছনেল এছেম্বলী চমুকৈ কেএনএই আজি ডিফু ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ কাৰ্বি আংলঙৰ স্থায়ী শান্তিৰ স্বাৰ্থত যোৱা চাৰি ছেপ্টেম্বৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাৰ্বি আংলঙৰ ছটাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী