মেষ ৰাশিঃ আজি আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে কিছু নতুন পৰিকল্পনা তৈয়াৰ কৰাত খৰচ কৰিব, যাৰ দ্বাৰা ভৱিষ্যতে আপোনাৰ উপকাৰ হ’ব আৰু আপোনাৰ সামাজিক সুনাম বৃদ্ধি পাব আৰু বন্ধু-বান্ধৱীৰ সহায়ত আজি আপুনি আপোনাৰ দীৰ্ঘদিনীয়া অপেক্ষাত থকা কাম সম্পূৰ্ণ কৰিব পাৰি সুখী হ’ব। কিন্তু আপোনাৰ অগ্ৰগতি দেখি আপোনাৰ শত্ৰুৰ কিছুমানে আপোনাক ঈৰ্ষা
Category: Assamese News
নাৰিকলৰ বহু উপকাৰিতা আছে। তাৰ ভিতৰত এটা হ’ল নাৰিকলে ওজন হ্ৰাস কৰাত সহায় কৰে। জানো আহক নাৰিকলে আমাৰ শৰীৰৰ ওজন কমাবলৈ কেনেদৰে সহায় কৰে অৱশ্যে নাৰিকল খোৱাৰ যিমান উপকাৰিতা আছে সমান্তৰালকৈ নাৰিকল বেছিকৈ খালে সমস্যাৰ সৃষ্টিও হ’ব পাৰে। গতিকে এগৰাকী চিকিৎসক ডাঃ অংকিতা দাসে এই বিষয়ে সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে।
পৌৰাণিক কাহিনীৰ পৰা আৰম্ভ কৰি বহু হিন্দী চিনেমা আৰু ধাৰাবাহিকলৈকে সাপৰ ওচৰত ‘নাগমণি’ থকাৰ বিষয়ে উল্লেখ আছে। দাবী কৰা হয় যে কিছুমান বিশেষ প্ৰজাতিৰ সাপৰ মূৰত, যেনে ৰাজফেঁটিৰ এটা নিৰ্দিষ্ট বয়সৰ পিছত এটা শিলৰ ৰত্ন সৃষ্টি হয়। লোক বিশ্বাস অনুসৰি, ই অমূল্য আৰু ইয়াক অৰ্জন কৰাজন অপৰিসীম ধন-সম্পত্তি আৰু খ্যাতিৰ
এপ্ৰিল মাহ আৰম্ভ হ’ব দুদিন পিছতে। জ্যোতিষ শাস্ত্ৰত এই মাহত গ্ৰহৰ অৱস্থানৰ বাবে খুব বিশেষ। কাৰণ এই মাহত বহু গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। কিছু গ্ৰহই পথো সলনি কৰিব। ফলত ইয়াৰ প্ৰভাৱ পৰিব প্ৰতিটো ৰাশিৰ জাতক-জাতিকাৰ ওপৰত। ভূপালৰ বাসিন্দা জ্যোতিষী আৰু বাস্তু পৰামৰ্শদাতা পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাই এই বিষয়ে বিস্তাৰিত তথ্য
সমাগত লোকসভা নিৰ্বাচন,তৎপৰ শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ নেতৃত্বও সাজু নিৰ্বাচনলৈ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। দুপৰ নিশা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সময় অতিবাহিত কৰিছে ড০ শৰ্মাই। সেই সময়তে বশিষ্ঠ স্থিত ৰাজ্যিক বিজেপিৰ মুখ্য