হনুমান চালিশা কি ? ভগৱান হনুমানৰ ঘাথা তথা গুণৰ বর্ণনা কৰি, ১৬ শতাব্দীৰ এক জনপ্রিয় কবি শ্রী তুলসী দাসৰ ৰচনা কৰা ( স্তবক বা কবিতাক ) হনুমান চালিশা বুলি কোৱা হয়। ইয়াত ৪০টা শ্লোক আছে সেই বাবে ইয়াক চালিশা কোৱা হয়। হনুমান চালিশাত ভগৱান হনুমানৰ ১০৮টা নাম লিখা আছে, তুলসী
Category: Assamese News
নতুন বছৰত শনিয়েই কেইবাটাও ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আনিব। বহু ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। বৈদিক শাস্ত্ৰৰ মতে শনিৰ গুৰুত্ব অপৰিসীম। বৰ্তমান শনিদেৱে ত্ৰিকোণ ৰাশি কুম্ভত বিৰাজ কৰিছে। শনিৰ সৰ্বোচ্চ প্ৰিয় ৰাশি কুম্ভ। ৩০ জুনত শনিয়ে ৰাশিৰ বৃহৎ পৰিৱৰ্তন কৰিব। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ ফলত কেইবাটাও ৰাশিৰ
মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে বিখ্যাত কমেডিয়ান মুনাৱাৰ ফাৰুকীক আটক কৰে। ‘বিগ বছ ১৭’ৰ খিতাপ দখল কৰিছিল কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে। মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে ফ’ৰ্ট এলেকাৰ এখন হুকা পাৰ্লাৰত অভিযান চলাইছিল। আৰু এই অভিযানৰ সময়তে আৰক্ষীয়ে ১৪ জন লোকক আটক কৰে। আৰু এই আটকাধীন লোক কেইজনৰ ভিতৰত আছিল মুনাৱাৰ ফাৰুকীও। যদিও
১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য। ১৫০টকাৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ মূল্য। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকাকৈ। ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৩০ টকাকৈ। লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৭৫ টকাকৈ। এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি
হোলীৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰে পৰা হৈ আছে কিনকিনীয়া বৰষুণ। আজি সমগ্ৰ ৰাজ্যতে হ’বল মুষলধাৰ বৰষুণ আৰু বজ্ৰপাত। সমগ্ৰ অসমতে আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। গুৱাহাটীকে ধৰি অসমৰ প্ৰতিখন জিলাতে হ’ব আজি ধাৰাসাৰ বৰষুণ।