ব’হাগ বিহুৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্রান্তত বিহু সম্পর্কে বিভিন্ন কর্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাসমূহৰ লক্ষ্য হৈছে উঠি অহা প্রজন্মক কৰ্মশালাৰ জৰিয়তে বিহুনাচ আৰু বিহুৰ বাদ্য শিকোৱা। ৰঙালী বিহুক
Category: Assamese News
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত পৰ্যটন বৰ্ষত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ অনন্য জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই
মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰা হ’ব। পাৰিবাৰিক সম্পৰ্কত চলি থকা উত্তেজনাৰ বাবে আপুনি সমস্যাত পৰিব। কিন্তু আৰ্থিক দৃষ্টিকোণেৰে আপোনাৰ দিনটো শক্তিশালী হ’ব। যাৰ বাবে আপুনি সন্তানৰ
শৰাইঘাট দলঙত পুনৰ অঘটন। দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে এজন যুৱকে। শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে যুৱকজনে। এতিয়ালৈ জানিব পৰা হোৱা নাই যুৱকজন পৰিচয়। নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ
কল চেণ্টাৰৰ জৰিয়তে বিদেশী নাগৰিকক প্ৰতাৰণা কৰা এটা চক্ৰৰ উৎখাত কৰে গ্ৱালিয়ৰ আৰক্ষীয়ে। মাধৱনগৰৰ এখন হোটেলৰ কোঠাত চলি আছিল এই কল চেণ্টাৰটো। আৰক্ষীৰ অভিযানত এগৰাকী মহিলাসহ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে