লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। বুধবাৰে বক্সাৰ বিজেন্দৰ সিঙে বিজেপিত যোগদান কৰে। আনহাতে, আজি কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কংগ্ৰেছ দল ত্যাগ কৰে। গৌৰৱ বল্লভে দলৰ পৰা পদত্যাগ কৰি
Category: Assamese News
মোদী সূৰ্য, হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰ। সূৰ্য থাকিলেহে চন্দ্ৰ জিলিকি থাকিব। নগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোদীক সূৰ্যৰ লগত তুলনা
আবকাৰী গোচৰত তিহাৰ জে’লত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ দলে কেজৰিৱালক দীঘলীয়া সোধা-পোছাৰ অন্তত জিম্মাত লৈছিল। ইডিৰ জিম্মা অন্তত আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে কেজৰিৱালক জে’ললৈ প্ৰেৰণ কৰিছিল। কাৰাগাৰৰ এক
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। ৰাইজৰ আহ্বানত নিৰ্বাচন খেলিব প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে। নিৰ্বাচনৰ ৰণত নমাৰ
বুধবাৰে পুৱাই টাইৱানৰ উপকূলীয় অঞ্চলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ৰাজধানী টাইপেই জোকাৰি যায়। ভূমিকম্পৰ ফলত টাইপেৰ বহু ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে দক্ষিণ জাপান আৰু ফিলিপাইনছৰ দ্বীপসমূহৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি