যদি আপোনাৰ মূৰৰ চুলি বৃদ্ধি হোৱা নাই, তেন্তে আপোনাৰ খাদ্য তালিকাত সমস্যা হৈছে। ইয়াৰ বাবে কিছুমান বিশেষ বস্তু খাব লাগিব। আমাৰ মাজত এনে বহু লোক আছে যিয়ে সকলো প্ৰচেষ্টাৰ পিছতো আকাংক্ষিত চুলিৰ বৃদ্ধি লাভ কৰিবলৈ সক্ষম নহয়। বিশেষকৈ মহিলাসকলে এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিছুমানে ইয়াৰ বাবে বহু ধৰণৰ ৰাসায়নিক
Category: Assamese News
আজি অসমৰ হাবিত, অসমীয়াৰ বাৰীত সহজে উপলব্ধ এবিধ মহৌষধি উদ্ভিদৰ কথা কওঁ – প্ৰাশ্চাত্যত ইয়াৰ চাহিদা অপৰিসীম । ইয়াৰ পাতৰ চাহ, গুৰি আৰু গুটিৰ তেল ইউ এচ ডলাৰ ৫০ ত বিক্ৰি হয় ।গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মাতৃৰ বাবে জীৱনদায়িনী ।ইয়াত কলত কৈ বেচি পটাচিয়ামপালেঙতকৈ বেচি আইৰন কণীতকৈ বেচি প্ৰটিন
ছালৰ ছিদ্ৰবোৰ ডাঙৰ হ’লে তাত তেল আৰু মলি জমা হয়। তেতিয়া ব্ৰণ আৰু ফোহাৰ সমস্যাও বাঢ়ি যায়। এই সমস্যা দূৰ কৰিবলৈ ছালৰ বিশেষ যত্নৰ প্ৰয়োজন। খোলা ছিদ্ৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ছালৰ যত্ন ল’ব জানি লওক। মেকআপ আৰম্ভ কৰাৰ আগতে মেকআপ আৰ্টিষ্টে মুখত প্ৰাইমাৰ ব্যৱহাৰ কৰে। এই প্ৰসাধন সামগ্ৰীয়ে অসমান
অষ্টিঅ’পৰ’ছিছে উচ্চতা হ্ৰাস কৰিব পাৰে! ডিস্কৰ পানীলগাৰ বাবে মূলতঃ মেৰুদণ্ডৰ দৈৰ্ঘ্য হ্ৰাস পায়। কিন্তু মেৰুদণ্ডত বহুস্তৰীয় ফাট থাকিলেও এনে হ’ব পাৰে। বয়স বৃদ্ধিৰ লগে লগে হাড় ক্ষয় হয়। বেছিভাগ মানুহক আক্ৰমণ কৰা হাড়ৰ অন্যতম ৰোগ হ’ল অষ্টিঅ’পৰ’ছিছ। বিশেষজ্ঞসকলে কয় যে যদিও প্ৰথম অৱস্থাত বিশেষ লক্ষণ দেখা নাযায়, তথাপিও এই ৰোগত
নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা এগৰাকী কলেজৰ প্ৰবক্তা তথা আচামীৰ বিৰুদ্ধে কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে আজি এক দৃষ্টান্তমূলক শাস্তিৰ ৰায়দান কৰে। জানিব পৰা মতে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ আৰু আত্মহত্যাৰ বাৱে প্ৰচোৰিত কৰাৰ অপৰাধত অভিযুক্ত আচামী তথা বেংতল কলেজৰ সহকাৰী প্ৰৱক্তা প্ৰবীণ নাৰ্জাৰী (৪৬) ক কাজলগাঁৱৰ