Category: Assamese News

ধোনীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া কিশোৰ আৰক্ষীৰ জালত!

ধোনীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া কিশোৰ আৰক্ষীৰ জালত!

জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ৫ বছৰীয়া কন্যাক ভাবুকি দিয়া এজন কিশোৰক আটক। দেওবাৰে গুজৰাটৰ কুট্চ জিলাৰ পৰা ১৬ বছৰীয়া কিশোৰজনক আটক কৰা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে। সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে জনায় যে নমনা কাপায়া গাঁৱৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক মহেন্দ্ৰ সিং ধোনীৰ কন্যাক ছচিয়েল মিডিয়াত দিয়া ভাবুকি সন্দৰ্ভত সোধা–পোছাৰ

বিজেপিয়ে অসমীয়াৰ আৱেগৰ লগত খেলা কৰিছেঃ দীপাংক নাথ

বিজেপিয়ে অসমীয়াৰ আৱেগৰ লগত খেলা কৰিছেঃ দীপাংক নাথ

অসম আন্দোলনৰ অগ্রণী নেতা তথা ৰাজ্যৰ মুখ্যমন্ত্রীৰ একালৰ সতীর্থ, সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাংগঠনিক সম্পাদক, কোকৰাঝাৰ জিলা ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা কালিপুখুৰী কাকোৰমাৰী গাঁও নিৱাসী গৌতম ৰায়ৰ (৫৫) বৃহস্পতিবাৰে আদ্যশ্রাদ্ধ অনুষ্ঠানত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে উপস্থিত হৈ মৃতকৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দীর্ঘদিন ধৰি জটিল

‘কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ ফলত ২০ খন আসন হেৰুৱাব বিজেপিয়ে, ৰিপুণ বৰা মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য’

‘কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ ফলত ২০ খন আসন হেৰুৱাব বিজেপিয়ে, ৰিপুণ বৰা মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য’

কংগ্ৰেছৰ যেন বেয়া দিন চলিছে! আন্ধাৰৰ মাজত চাৰ্জাৰ লাইট লগাই কংগ্ৰেছে পাতিলে সভা। সভাখন অনুষ্ঠিত হৈছিল বৰচলা বিধানসভা সমষ্টিত। সভাত উপস্থিত আছিল শোণিতপুৰ জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক নুৰুল হুদা, বৰছলাৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মা, জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভটাচাৰ্য। সভা খনত

আছু নহয়, অসমৰ জনগণে জন্ম দিছে অগপকঃ অতুল বৰা

আছু নহয়, অসমৰ জনগণে জন্ম দিছে অগপকঃ অতুল বৰা

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী পক্ষৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হৈ পৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা৷ শুকুৰবাৰে জনপ্রিয় গায়িকা কল্পনা পাটোৱাৰীৰ যোগদান অনুষ্ঠানত সদৌ অসম ছাত্র সন্থাকো কঠোৰ সমালোচনা কৰে অগপ সভাপতিগৰাকীয়ে৷ তেওঁ কয়– ‘অসমৰ মাটিত অসম গণ পৰিষদ আঞ্চলিকতাবাদৰ এটা স্তম্ভ৷ ইয়াক উভালি পেলাবৰ বাবে

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

 সদৌ অসম মটৰ পৰিবহণ সন্থাই দুগুণ ভাৰা বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সমর্থনত যোৱা ৫ অক্টোবৰৰ পৰা ঘোষণা কৰা চকাবন্ধ কার্যসূচীব প্রত্যাহাৰ কৰাত আজি স্বাভাৱিকভাৱে মহানগৰীৰ ৰাজপথত চলাচল কৰিলে ব্যক্তিগত খণ্ডৰ চিটীবাছ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা মানি ১০০ শতাংশ যাত্রী কঢ়িয়াই চিটীবাছসমূহ চলাচল