Category: Assamese News

১৬ আগষ্টৰ পৰা ৰাজ্যত কি কি নতুন নিয়ম…

১৬ আগষ্টৰ পৰা ৰাজ্যত কি কি নতুন নিয়ম…

গুৱাহাটী: ১৬ আগষ্টৰ পৰা সলনি হ’ব কোভিড সংক্ৰান্তত জাৰি কৰা ৰাজ্য চৰকাৰৰ নিয়ম। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯.৩০ বজালৈ শিথিল। ইয়াৰ পূৰ্বে পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈকেহে শিথিল কৰা হৈছিল। ৰাস্তাৰ এটা ফালে অৱশ্যে দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব এই সময়চোৱাত। সোমবাৰৰ পৰা শুকুৰবাৰলৈ কৰিব পাৰিব আন্তঃজিলা যাতায়াত।

Hypertension আৰু COVID-19….

Hypertension আৰু COVID-19….

কোভিড-১৯ য়ে বিভিন্ন লোকক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। বেছিভাগ সংক্ৰমিত ব্যক্তিৰ সাধাৰণ বেমাৰ দেখা দিয়ে যদিও আৰু চিকিৎসালয়ত নোযোৱাকৈয়ে সুস্থ হয়। এই বেমাৰৰ মুখ্য লক্ষণ সমূহ হল: একেবাৰে সাধাৰণ লক্ষণসমূহ- জ্বৰ শুকান কাহ ভাগৰ লগা সামান্য লক্ষণসমূহ- গাৰ বিষ গলৰ শিৰশীৰণি চকুৰ সমস্যা মূৰৰ বিষ গোন্ধ আৰু সোৱাদ নোপোৱা

মাজনিশা জুবিনক দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা,  দিছপুৰ থানত গোচৰ

মাজনিশা জুবিনক দুৰ্বৃত্তৰ আক্ৰমণৰ চেষ্টা, দিছপুৰ থানত গোচৰ

গুৱাহাটী: নিশা জুবিন গাগৰ্গক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ। নিশা ষ্টুডিঅ’ৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত জুবিনৰ বাহন গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আগভেটি ধৰে দুৰ্বৃত্তৰ দলটোৱে। উগ্ৰমূৰ্তি ধাৰণ কৰা দুৰ্বৃত্তৰ দলটোৱে জুবিনক অভব্য গালি-গালাজ কৰি আতিশায্য চলাই। AS01BY-0675 নং গাড়ীত অহা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ চেষ্টা কৰে।

বাঘবৰত কংগ্ৰেছ ,অগপ ত্যাগ কৰি ৰাজীব আহমেদৰ নেতৃত্বত এ‌ আই‌ ইউ‌ ডি এফত যোগদান কৰে সহস্ৰাধিক লোক ।

বাঘবৰত কংগ্ৰেছ ,অগপ ত্যাগ কৰি ৰাজীব আহমেদৰ নেতৃত্বত এ‌ আই‌ ইউ‌ ডি এফত যোগদান কৰে সহস্ৰাধিক লোক ।

বাঘবৰৰ বিশিষ্ট সমাজ সেৱক তথা অগপ নেতা ৰাজীব আহমেদৰ লগতে বহুতো শীৰ্ষ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি এই আই ইউ ডি এফত যোগদান কৰে । ইয়াৰ ভিতৰত মন্দিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্য আবুল কালাম আজাদ, মন্দিয়া গাওঁ পঞ্চায়তৰ সভাপতি তথা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছবেদ আলী, বিশিষ্ট সমাজ সেৱক ৰহম

সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত অসম সন্তানৰ সাফল্য

সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত অসম সন্তানৰ সাফল্য

আজি ঘোষণা কৰা UPSC পৰীক্ষাত জিলিকিল অসমৰ দুইগৰাকীকৈ সন্তান আজি ঘোষণা কৰা হ’ল সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। অসমৰ দুগৰাকীকৈ সন্তানে লাভ কৰিলে স্থান আৰণ্যক শইকীয়াই লাভ কৰে ৫৯সংখ্যক স্থান আৰণ্যক শইকীয়া প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ সুযোগ্য সন্তান ইয়াৰ পূৰ্বেও সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত স্থান লাভ কৰিছিল আৰণ্যকে বৰ্তমান