সমগ্ৰ ৰাজ্যতে কৰুণা মহামাৰীৰ সংহাৰী ৰূপ চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে চোৰাং বেহা। জানিব পৰা অনুসৰি কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে নিয়মীয়া ভাৱে নাকা তালাচি চলাই থকা অৱস্থাত জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত বাগৰি আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ সহযোগত AS 02 CC 4628 নম্বৰৰ এখন বলেৰ পিক আপ ভানৰ
Category: Assamese News
‘ কা’ বিৰোধী কাৰাৰুদ্ধ নেতা অখিল গগৈ, ড০ কাফিল খান আৰু দেৱেনজ্ঞনা কলিতাকে ধৰি সকলো নেতাক বিনাচৰ্তে মুক্তি আৰু অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবীত আজি বৰপেটাৰ জিলাৰ মানিকপুৰৰ সচেতন ছাত্ৰ-যুৱ সমাজ আৰু ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সত্ৰ কনৰা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত অঞ্চলটোৰ শতাধিক ছাত্ৰ-যুৱ সমাজ আৰু
নগাঁও বাইপাচৰ কৃষ্ণাইখাটত অংশত এই প্ৰতিবাদী কাৰ্যসূচী । কৃষক নেতা গৰাকীক বিনাচৰ্তে মুক্তিৰ দাবী । KMSS ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হৈছে এই কাৰ্যসূচী ।
নগাওঁ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নগাওঁ চহৰৰ সমীপৰ হয়বৰ গাঁও, আৰক্ষী চকীৰ অন্তর্গত ভকত গাঁৱত দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুজন হল ছিলঙনীৰ কুদ্দুছ আলি আৰু আমিনুল হক । আৰক্ষীয়ে ডকাইত দুজনৰ পৰা ৭.৫৬ এম এম এটা পিষ্টল আৰু ১৬ জাই সজীৱ গুলি
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদে বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় আৰু মত বিনিময় কৰে। ৰাইজৰ লগত মত বিনিময় কৰাৰ পাছত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদে তিৰপাল ,চিৰা,চেনী,মুড়ি,আৰু শিশু খাদ্য বিতৰণৰ লগতে কিছু আৰ্থিক সহায় আগবঢ়ায় । তাৰ লগতে বানাক্ৰান্ত ৰাইজক আশ্বাস দিয়ে যে