“আদিবাসী সহ ছয় জনগোষ্ঠীৰ জনজাতি কৰনৰ ক্ষেত্ৰত বিপিএফ দলে পূৰ্বৰ পৰাই সমৰ্থন কৰি আহিছে। পূৰ্বৰ জনজাতি সকলক কোনো অধিকাৰ খৰ্ব নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতি কৰনত বিপিএফ দল সদায় সমৰ্থক ৷
Category: Assamese News
বাঘবৰ বজাৰ,বাঘেশ্বৰী চক ,শিলোচী পথাৰ তিনি আলি , সেউৰাৰভিটা পূৱ চাৰি আলি , জনপ্ৰিয় বজাৰ, ইন্দিৰা নগৰত শিক্ষক,সচেতন ব্যক্তি,নাৱৰীয়া,খেতিয়ক,মগনীয়া,ৰিক্সা ৱালা, ঠেলাৱালা আৰু দোকানী সকলৰ পৰা অখিল গগৈৰ আইনী যুঁজৰ বাবে
অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই অস্ত্ৰ-সস্ত্ৰ৷ কেইবাটাও অত্যাধুনিক ৰাইফল-পিষ্টল উদ্ধাৰ | গুৱাহাটী আৰক্ষীয়ে ওদালগুৰিত অভিযান চলাই উদ্ধাৰ কৰে অস্ত্ৰ খিনি |
গুৱাহাটী: ১৬ আগষ্টৰ পৰা সলনি হ’ব কোভিড সংক্ৰান্তত জাৰি কৰা ৰাজ্য চৰকাৰৰ নিয়ম। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯.৩০ বজালৈ শিথিল। ইয়াৰ পূৰ্বে পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈকেহে শিথিল
কোভিড-১৯ য়ে বিভিন্ন লোকক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। বেছিভাগ সংক্ৰমিত ব্যক্তিৰ সাধাৰণ বেমাৰ দেখা দিয়ে যদিও আৰু চিকিৎসালয়ত নোযোৱাকৈয়ে সুস্থ হয়। এই বেমাৰৰ মুখ্য লক্ষণ সমূহ হল: একেবাৰে সাধাৰণ