Category: Assamese News

আখৰোট খালে কি উপকাৰ পাব

আখৰোট খালে কি উপকাৰ পাব

বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোট খালেও বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷  আইৰণ, ফাইবাৰ, কাৰ্বহাইড্ৰেট আদি উপলব্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম৷ ◾️ হাড় মজবুত কৰে ঃ আখৰোটত মেগনেছিয়াম আৰু কেলচিয়াম থাকে বাবে ইয়াক গ্ৰহণ কৰিলে হাড় শক্তিশালী হোৱাৰ লগতে হাড়ৰ বিষত উপশম পাব পাৰি৷ ◾️ওজন নিয়ন্ত্ৰণঃ আখৰোটতো পটাছিয়াম, কেলচিয়াম, জিংক,

হাড় শক্তিশালী কৰি ৰাখিবলৈ এইখিনি কৰক

হাড় শক্তিশালী কৰি ৰাখিবলৈ এইখিনি কৰক

মানুহৰ দেহত বিভিন্নধৰণৰ হাড় থাকে৷ হাড়সমূহ সংযুক্ত হৈ থকা অংশটোক গাঁঠি বা জইণ্ট বুলি কোৱা হয়৷ জইণ্টসমূহে শৰীৰটোক সৰচৰ কৰা আৰু স্থিতিশীল অৱস্থাত ৰখাত সহায় কৰে৷ ফলত আমাৰ দৈনন্দিন কাৰ্যাৱলী যেনে– চলা-ফুৰা, দৌৰা, জপিওৱা আদিত সহজ হৈ পৰে৷  কিন্তু বয়সৰ লগে লগে জইণ্টসমূহ দুৰ্বল হয়৷ জইণ্টৰ ভিতৰত থকা লুব্ৰিকেটিং ফ্লুইড

ধূমপায়ীৰ ওচৰত থকাটো ধূমপানতকৈও বেছি ক্ষতিকাৰক….

ধূমপায়ীৰ ওচৰত থকাটো ধূমপানতকৈও বেছি ক্ষতিকাৰক….

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ ধূমপান কৰিলে ধঁপাতৰ ধোঁৱা পোনে পোনে দেহত প্ৰৱেশ কৰে৷ যিটো অত্যন্ত ক্ষতিকাৰক৷ কিন্তু ধূমপান কৰোঁতে যদি কোনো এজন কাষত থাকে, তেন্তে তেওঁৰ অজানিতেই সেই ধোঁৱা কাষত থকাজনৰো দেহত প্ৰৱেশ কৰে৷ অকল ধঁপাতৰ ধোঁৱাই নহয়, ইয়াত আৰু প্ৰায় সাত হাজাৰ বিষাক্ত পদাৰ্থ থাকে, যিবোৰে কেন্সাৰৰ দৰে গুৰুতৰ

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে এখন বুলেটে ৷ উল্লেখযোগ্য যে বুলেটখনত থকা তিনি আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ভৰ্তি কৰোৱা পিছতেই চিকিৎসালয়ত মৃত্যু হয় বুলেটৰ চালকৰ আসনত থকা পাপুল গগৈ ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাট বৰপথাৰত ৷

লংকাত সুদখোৰৰ কবলৰ পৰা ঘৰ মাটি লৈ আৰক্ষীয়ে চমজাই দিলে দূৰ্ভগীয়া মহিলাক।

লংকাত সুদখোৰৰ কবলৰ পৰা ঘৰ মাটি লৈ আৰক্ষীয়ে চমজাই দিলে দূৰ্ভগীয়া মহিলাক।

অভিযোগ দিয়াৰ এঘন্টাৰ ভিতৰত ততাতৈয়াকৈ ব্যৱস্থা লয় হোজাই আৰক্ষীয়ে। হোজাই জিলা আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযোগ পোৱা মাত্ৰই ল’লে ব্যৱস্থা। জানিব পৰা মতে, লংকা পৌৰ সভাৰ ৯ নং বাৰ্ডৰ মিৰা দাস নামৰ এগৰাকী মহিলাই দুবছৰ পূৰ্বে সুদখোৰ সুৰজ দেৱনাথ, দুলু দেৱনাথ,