Category: Assamese News

ইটালীৰ বিখ্যাত ‘মিলান ফেশ্বন উইক’ত অসমৰ সংযুক্তা দত্তৰ পাট-মুগা ফেশ্বনৰ যাদু

ইটালীৰ বিখ্যাত ‘মিলান ফেশ্বন উইক’ত অসমৰ সংযুক্তা দত্তৰ পাট-মুগা ফেশ্বনৰ যাদু

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : ইটালীৰ মিলান চহৰত ব্যতিক্ৰমী প্ৰয়াসেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ এক অনন্য প্ৰদৰ্শনী ‘কঁহুৱা কোমল’ ৷ অসমীয়া পৰম্পৰাগত বস্ত্ৰৰ দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষাৰে আন্তঃৰাষ্ট্ৰীয় ফেশ্বনৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিখ্যাত ডিজাইনাৰ অসমৰ সুযোগ্যা সন্তান সংযুক্তা দত্তই ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিখ্যাত ‘মিলান ফেশ্বন

এই ৰাশিৰ ওপৰত পৰিছে শনিৰ কোপদৃষ্টি! পৰিত্ৰাণ পাবলৈ কৰক এই কাম

এই ৰাশিৰ ওপৰত পৰিছে শনিৰ কোপদৃষ্টি! পৰিত্ৰাণ পাবলৈ কৰক এই কাম

প্ৰায় সকলোৰে জীৱনলৈ বিভিন্ন ধৰণৰ সমস্যা আহে। স্বাস্থ্য, শিক্ষা, পাৰিবাৰিক সমস্যা আদি না না‌ সমস্যাই মানুহক অশান্তি দিয়ে। জ্যোতিষীৰ মতে চলিত বছৰটোত কুম্ভ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ পৰিলক্ষিত হয়। জ্যোতিষী ড০ হৰধন শৰ্মাই কুম্ভ ৰাশিৰ জাতক-জাতিকাই কি কৰিলে সুফল পাব পাৰে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে। জ্যোতিষীগৰাকীয়ে উল্লেখ কৰা

কাক ‘খোচ’ মাৰিলে বেহাৰবাৰীৰ মণি বৌয়ে! কিয় ক’লে – অহংকাৰী হ’ব নোৱাৰিলো বিক্ৰী যাব নোৱাৰিলো!

কাক ‘খোচ’ মাৰিলে বেহাৰবাৰীৰ মণি বৌয়ে! কিয় ক’লে – অহংকাৰী হ’ব নোৱাৰিলো বিক্ৰী যাব নোৱাৰিলো!

এখন জনপ্ৰিয় ধাৰাধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ মণি বৌক প্ৰায় সকলোৱে চিনি পায়। মণি বৌ অৰ্থাৎ অভিনেত্ৰী পাপৰি বৰাই সামাজিক মাধ্যমত কৰিছে এক তাৎপৰ্যপূৰ্ণ পোষ্ট। এই পোষ্টটোত যেন মণি বৌয়ে মনত পুহি ৰখা বহুদিনৰ ক্ষোভ প্ৰাকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া পোষ্টটোত মণি বৌয়ে লিখিছে – ‘সময়… নিজকে অহংকাৰত পোত গৈ দম্ভালি মাৰি

কি ভুল কৰিলে কেকে-মোহনে? ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ-দ্বীপজ্যোতি?

কি ভুল কৰিলে কেকে-মোহনে? ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ-দ্বীপজ্যোতি?

কেকে-মোহন বুলি ক’লে অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব। ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকৰ জৰিয়তে অসমবাসীৰ অতিকে আপোন হৈ পৰিছিল অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কেকে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহন। তেওঁলোকৰ কমেডীয়ে প্ৰতিজন দৰ্শককে যোগাইছিল হাঁহিৰ খোৰাক। এই দুগৰাকী অভিনেতাৰ বাবেই ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকখন একপ্ৰকাৰ জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছিল। কিন্তু কিছুদিন পূৰ্বৰে

আঢ়ৈ বছৰীয়া সন্তান এৰি পলায়ন সুন্দৰী মাতৃ ৷

আঢ়ৈ বছৰীয়া সন্তান এৰি পলায়ন সুন্দৰী মাতৃ ৷

সন্তানক কোলাতলৈ হাহাকাৰ কৰি ফুৰিছে পিতৃ ৷মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী মেঘালয় ৰাজ্যৰ মহেন্দ্ৰগঞ্জৰ এটি আঢ়ৈ বছৰীয়া সন্তানৰ মাতৃ তথা দাস উপাধীৰ এজন লোকৰ পত্নীক লৈ পলায়ন কৰাৰ অভিযোগ মানকাচৰৰ এজন মুছমান যুৱকৰ বিৰুদ্ধে ।