Category: Assamese News

আশ্চৰ্যজনক! এইটো কাৰণতে একাধিক মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰে পুৰুষে!

আশ্চৰ্যজনক! এইটো কাৰণতে একাধিক মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰে পুৰুষে!

যিসকল পুৰুষৰ টেষ্টোষ্টেৰন হৰমনৰ (Testosterone Hormone) স্তৰ অধিক থাকে তেওঁলোক যৌনভাৱে সক্ৰিয় হ’ব পাৰে। এই কথাটো আমি কোৱা নাই, ডেইলী মেইলত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনত এইটোও কোৱা হৈছে যে উচ্চ টেষ্টোষ্টেৰন থকা পুৰুষসকলে তেওঁলোকৰ সংগীক প্ৰতাৰণা কৰাৰ সম্ভাৱনা অধিক থাকে। জানক এই আকৰ্ষণীয় গৱেষণাত কি কথা

এই Tips গ্ৰহণ কৰিলে সোনকালে নাইকিয়া হ’ব খং; কৰিব লাগিব…

এই Tips গ্ৰহণ কৰিলে সোনকালে নাইকিয়া হ’ব খং; কৰিব লাগিব…

খং (Anger) কৰাটো শাৰীৰিক আৰু মানসিকভাৱে কোনো লোকৰ বাবে ভাল নহয়। খঙৰ ফলত কেৱল শাৰীৰিক নহয় আৰ্থিকভাৱেও ক্ষতি হয়। সাধাৰণতে সৰু-সৰু কথাত খং কৰাটো স্বাভাৱিক কথা। কিন্তু এনে কিছুমান লোক আছে যিয়ে তেওঁলোকৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু তেওঁলোকৰ ৰক্ত চাপৰ সমস্যাও দেখা দিয়ে। গতিকে গুৰুত্বপূৰ্ণ যে খং নিয়ন্ত্ৰণ কৰাৰ

দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়..

দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়..

এজন ব্যক্তিৰ হাঁহি তেওঁৰ ব্যক্তিত্বৰ প্ৰতীক আৰু হাঁহিলে বহুতো ৰোগৰ পৰা মুকলিকৈ সকাহ প্ৰদান কৰে। এই কথাটো সকলোৱে জানে তথাপিও তেওঁলোকে হাঁহিব নোৱাৰে, বহুলোকে কেৱল দাঁত (Tooth) হালধীয়া হোৱাৰ বাবে হাঁহিব নোৱাৰে। যদি আপুনিও এই সমস্যাত ভুগি আছে তেন্তে কিছুমান সহজ ঘৰুৱা প্ৰতিকাৰ আছে যি আপোনাক দাঁতৰ হালধীয়া আঁতৰ কৰাত

অপূৰ্ণ এক প্ৰেমৰ কৰুণ পৰিণতিঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু, প্ৰেমিকাৰ আত্মহত্যা…

অপূৰ্ণ এক প্ৰেমৰ কৰুণ পৰিণতিঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু, প্ৰেমিকাৰ আত্মহত্যা…

প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ দুখ সহ্য কৰিব নোৱাৰি বৃহস্পতিবাৰে নিশা প্ৰেমিকা ছাত্ৰীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত ছাত্ৰীগৰাকীক কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ মেধাবী ছাত্ৰী তথা মইছবাথান, প্ৰতাপখাতাৰ স্বৰ্গীয় জিতেন ব্ৰহ্ম আৰু পূৰ্নিমা ব্ৰহ্মৰ কন্যা দিপীকা ব্ৰহ্ম (১৭) বুলি

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ৰ গানণিক ড০ জুনু দেৱীয়ে ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গোৱাত ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত(৫৫বছৰ উৰ্ধৰ)ড০ জুনু দেৱীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য় যে ড০ দেৱীয়ে শ্বটপুট আৰু ডিছকাছ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।