Category: Assamese News

গোসাইগাঁৱৰ কচুগাঁৱত আছাৰ প্ৰতিবাদ,আদিবাসী সকলৰ জনজাতিকৰণৰ লগতে সকলো সমস্যা সমাধান নহলে বিজেপিক বৰ্জনৰ হুংকাৰ আছা

গোসাইগাঁৱৰ কচুগাঁৱত আছাৰ প্ৰতিবাদ,আদিবাসী সকলৰ জনজাতিকৰণৰ লগতে সকলো সমস্যা সমাধান নহলে বিজেপিক বৰ্জনৰ হুংকাৰ আছা

৮ ফেব্ৰুৱাৰী ২০২৪ অসমত বসবাস কৰা আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ লগতে বনাঞ্চলত বসবাস কৰা আদিবাসী সকলোৰ ভূমি পট্টা আদি সকলো সমস্যা সমাধান নহলে এইবেলি বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰদীপ নাগ গোটে ৷ কেন্দ্ৰ তথা ৰাজ্যত বিজেপিৰ চৰকাৰ থকা স্বত্বেও প্ৰতিশ্ৰুতি

আজি তাই জীয়াই থাকিলে সকলো ক’লে হৈ: জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃ

আজি তাই জীয়াই থাকিলে সকলো ক’লে হৈ: জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃ

অৱশেষত অন্ত পৰিল জোনমণি ৰাভাৰ মৃ্ত্যুৰ তদন্ত প্ৰক্ৰিয়া। নগাঁৱত তদন্তকাৰী CBIয়ে দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন। চূড়ান্ত প্ৰতিবেদন অনুসৰি হত্যা নহয় দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। প্ৰায় ৭ মাহজোৰা তদন্তৰ অন্ত আজি CBIএ দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন। জোনমণি ৰাভাৰ মৃত্যু পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। CBIৰ প্ৰতিবেদনৰ দাখিলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ

হত্যা বা চৰমপন্থা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ: CBI

হত্যা বা চৰমপন্থা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ: CBI

দূৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ সাহসী SI জোনমণি ৰাভাৰ। হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ তদন্তকাৰী CBIৰ দলৰ। CBIয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাতে মৃত্যু হৈছিল। উল্লেখ্য যে উল্লেখ্য যে অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ (SI Junmoni Rabha) ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত

জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল, CBIৰ ৫৯ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদনত কি কি আছে?

জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল, CBIৰ ৫৯ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদনত কি কি আছে?

অন্ত পৰিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ CBIৰ তদন্তৰ। CBIৰ তদন্তকাৰী বিষয়া মণিন্দৰ সিঙে মঙলবাৰে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰিলে ৫৯ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন। উক্ত প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলতেই মৃত্যু হৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। CBIএ নগাঁৱত ৰুজু হৈ থকা তিনিওটা গোচৰৰে চূড়ান্ত প্ৰতিবেদন দাখিল

পথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ভাতৃ-ভগ্নীৰ

পথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ভাতৃ-ভগ্নীৰ

হৃদয় বিদাৰক,মৰ্মান্তিক, শোকাৱহ! ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলী। শোকাৱহ পথ দুৰ্ঘটনাত নিমিষতে থান-বান হৈ গ’ল এখন ঘৰ। মৃত্যু এতিয়া সহজ…! শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ভাতৃ-ভগ্নীসহ মুঠ ৪জন। ঘৰৰ পাবলৈ কিছু বাট থাকোতে অজান দেশলৈ গুচি গ’ল ভাতৃ-ভগ্নী। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাসুঁতিত শোকাৱহ পথ দুৰ্ঘটনা। পুৱাই