অসমত অচিৰেই ইউনিফৰ্ম চিভিল ক’ড চমুকৈ UCC বলৱৎ কৰা হ’ব। চলিত বিধানসভা অধিৱেশনত UCC বিধেয়কখনৰ লগতে বহু বিবাহ প্ৰতিৰোধী আইনখনো উত্থাপন কৰা হ’ব। জানিব পৰা মতে, অহা ১০ ফেব্ৰুৱাৰীত কেবিনেটত UCC বিধেয়কক লৈ প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে। বিধানসভাত এই বিধেয়কখন গৃহীত হ’লে উত্তৰাখণ্ডৰ পাছত UCC বলৱৎ কৰা অসম দ্বিতীয়খন ৰাজ্য
Category: Assamese News
মেষ ৰাশি: আজি ঘৰুৱা আৰু পেছাদাৰী কাম একেলগে অহাৰ বাবে আপুনি অলপ অশান্তি পাব। কিন্তু কাৰোবাৰ সহায়ত আপুনি ইয়াৰ পৰা মুক্তি পাব পাৰিব। আপুনি আজি বেছিভাগ কামেই লাভ-লোকচানৰ চিন্তা নকৰাকৈ কৰিব। আৰ্থিক অৱস্থা স্বাভাৱিক হ’ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব, অন্যথা আপুনি বিপদত পৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ জেদী আচৰণে আপোনাক
সমগ্ৰ দেশ জোকাৰিছে গুৱাহাটীত পুনেৰ ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ হত্যাকাণ্ডই। মহানগৰ আয়ুক্তৰ সংবাদমেলত ৰেডিশ্বন ব্লুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। দুই প্ৰেমিক-প্ৰেমিকা অঞ্জলি আৰু বিকাশে মিলি হত্যা কৰিছিল ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেক। ৰেডিশ্বন ব্লু হোটেলৰ ৯২২ নম্বৰ কোঠাৰ মজিয়াত পৰি আছিল ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ মৃতদেহ। ২৫ বছৰীয়া যুৱতী অঞ্জলি শ্ব’ৰ ঘৰ
সদাব্যস্ত মহানগৰীৰ মাজ-মজিয়াত নৃশংস হত্যাকাণ্ড। বন্ধুৰ দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ। বন্ধুৰ আক্ৰমণত প্ৰাণ গ’ল মৃত্যু ইক্ৰাম হুছেইন নামৰ যুৱকজনৰ। সোমবাৰে নিশা মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। সামান্য কথাতে সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। একাংশৰ আক্ৰমণত মূৰত বেয়াকৈ আঘাত পাইছিল ইক্ৰাম হুছেইনে। সংকটজনক অৱস্থাত ইক্ৰাম হুছেইনক ভৰ্তি কৰোৱা হৈছিল
দুটা দিন পূৰ্বে গুৱাহাটী মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই। এই ঘটনাই অসমৰ লগতে কলকাতা আৰু মুম্বাই এই তিনিখন ৰাজ্যক জোকাৰি গৈছে। কাৰণ এই হত্যাকাণ্ড গুৱাহাটীত সংঘটিত হৈছে যদিও মৃতক মহাৰাষ্ট্ৰৰ পুনেৰ নিবাসী আৰু দুই অভিযুক্ত হত্যাকাৰী কলকাতাৰ নিবাসী। অভিযুক্ত তথা হত্যাকাৰী দুই