মেষ ৰাশি: আজি মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি আপুনি নতুন বাহন ক্ৰয় কৰাৰ কথা ভাবিব পাৰে। আপোনাৰ ইচ্ছাও পূৰণ হ’ব। আপোনাৰ মনটো সুখী হ’ব। দীৰ্ঘদিন ধৰি চলি থকা আদালত সম্পৰ্কীয় কোনো বিষয়ত জয় লাভ কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰিলে তাত সফলতা লাভ কৰিব পাৰিব। মাতৃৰ
Category: Assamese News
পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিলে EDএ। দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত পঞ্চমবাৰলৈ দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিলে EDএ। ২ ফেব্ৰুৱাৰীত ED কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালক EDএ ৪বাৰকৈ চমন জাৰি কৰিছিল আৰু আটাইকেইবাৰে তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰীগৰাকী। ২০২৩ৰ
খানাপাৰাত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী মোদীয়ে। ডেৰ লাখ জনতাক সম্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। খানাপাৰাত অসমীয়াতে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱাৰ বাবে অসমবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ‘‘এসময়ত একাংশই ৰাজনীতিৰ বাবে নিজৰ সংস্কৃতি ধ্বংস কৰিলে। বিগত ১০ বছৰত ভাৰতত স্থিতি সলনি হৈছে। বিজেপি ডাবল ইঞ্জিন
দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীক বাৰেৰহণীয়া কাৰ্যসূচীৰে উষ্ম আদৰণি জনোৱা হয়। দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনটোত নৰেন্দ্ৰ মোদীয়ে অসমবাসীক সম্বোধন কৰিব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰায় ডেৰ লাখ লোকৰ বিশাল জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছতেই মোদীয়ে প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ
মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে চিন্তাৰে ভৰি থাকিব পাৰে। সন্তানৰ শিক্ষাৰ বাবে চিন্তিত হ’ব, যাৰ বাবে আপুনি কাৰোবাৰ পৰা পৰামৰ্শ ল’ব পাৰিব। কিন্তু তেওঁ যাতে আপোনাক সঠিক পৰামৰ্শ দিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেতিয়াহে আপুনি সেইটো কাৰ্যকৰী কৰিব পাৰিব। আজি আপুনি অলপ খিংখিঙীয়া হ’ব, ফলত পৰিয়ালৰ লোকে আপোনাৰ