Advertisement

Category: Assamese News

মাৰ্কিন যুক্তৰাষ্ট্ৰত মৰ্মান্তিক ঘটনা !

মাৰ্কিন যুক্তৰাষ্ট্ৰত মৰ্মান্তিক ঘটনা !

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত ভাৰতীয় দম্পতীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা বাসগৃহত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যৰ মৃতদেহ। ছান মাতেয়া চহৰৰ এটা এপার্টমেন্টত ভাৰতীয় মূলৰ প্ৰবাসী এক দম্পতী আৰু

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ দায়িত্বশীল অভিভাৱক: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ দায়িত্বশীল অভিভাৱক: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি

কি আছিল পৰিকল্পনা? কোনে প্রলোভন দি মাতি নিছিল গুৱাহাটীৰ দুই ছাত্রীক?

কি আছিল পৰিকল্পনা? কোনে প্রলোভন দি মাতি নিছিল গুৱাহাটীৰ দুই ছাত্রীক?

উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীৰ পৰা সন্ধানহীন হৈছিল দুই ছাত্ৰী। তাৰ পিছতে সন্ধানহীন ছাত্ৰীৰ ম’বাইলৰ পৰা আত্মীয়লৈ WhatsApp মেছেজো প্ৰেৰণ কৰা হৈছিল। মেছেজত দুয়োগৰাকী ছাত্ৰী নিজৰ ইচ্ছা মতেই ওলাই যোৱা বুলি

সৰ্বভাৰতীয় JEE Mains পৰীক্ষাত উজলিল বৰপেটাৰ বহৰীৰ মধুস্মিতা তালুকদাৰ

সৰ্বভাৰতীয় JEE Mains পৰীক্ষাত উজলিল বৰপেটাৰ বহৰীৰ মধুস্মিতা তালুকদাৰ

সৰ্বভাৰতীয় JEE Mains পৰীক্ষাত ৯৯.৯৮ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ দেশৰে ছাত্ৰীসকলৰ ভিতৰত তৃতীয় শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ বহৰীৰ মেধাৱী ছাত্ৰী মধুস্মিতা তালুকদৰে। শিক্ষার্থীগৰাকীয়ে JEE Mains পৰীক্ষাত মুঠ ৩০০

এই ৰাশিৰ লোকে নতুন চাকৰি পোৱাৰ সম্ভাৱনা, কিন্তু পদোন্নতিৰ সমস্যা হ’ব পাৰে, ব্যৱসায় বৃদ্ধি হ’ব

এই ৰাশিৰ লোকে নতুন চাকৰি পোৱাৰ সম্ভাৱনা, কিন্তু পদোন্নতিৰ সমস্যা হ’ব পাৰে, ব্যৱসায় বৃদ্ধি হ’ব

মেষ ৰাশি: আজি আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক দিন হ’ব। যদি আজি আপুনি কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ কথা ভাবিছে, তেন্তে ই আপোনাৰ বাবেও উপকাৰী হ’ব। যদি আপোনাৰ ইতিমধ্যে কোনো ৰোগ আছে, তেন্তে