Category: Assamese News

আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগৰ পথত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত!

আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগৰ পথত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত!

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত এক বৃহৎ খলকনিৰ সৃষ্টি কৰি কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে (Bismita Gogoi)। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তইও (Angkita Dutta) আনুষ্ঠানিকভাৱে কংগ্ৰেছ (Congress) ত্যাগ কৰাৰ যো-জা চলোৱাৰ এটা খবৰ ওলাইছে। এক গোপন সূত্ৰই দাবী কৰা অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি

আজি এই ৰাশিৰ বাবে প্ৰগতিৰে ভৰা দিন হ’ব, ভাল চাকৰিৰ সুযোগ আহিব,আপোনাৰ ৰাশিফল ​​পঢ়ক

আজি এই ৰাশিৰ বাবে প্ৰগতিৰে ভৰা দিন হ’ব, ভাল চাকৰিৰ সুযোগ আহিব,আপোনাৰ ৰাশিফল ​​পঢ়ক

মেষ ৰাশি: আজিৰ দিনটো এই ৰাশিৰ লোকৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ’ব। আপুনি সন্তানক নতুন পাঠ্যক্ৰম বা নতুন চাকৰি এটা শিকাবলৈ ব্যস্ত থাকিব, কিন্তু কিছু কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপোনাৰ খৰখেদা হ’ব। আজি যদি কিবা সিদ্ধান্ত ল’ব লগা হয়, তেন্তে বৰ কঠিন হ’ব, গতিকে সাৱধানে নিৰ্ণয় ল’ব। যদি আপুনি জীৱনসংগীৰ

দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস

দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস

আজি ভাৰতবাসীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস (Republic Day) উদযাপন কৰিছে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন (Flag Hoisting) কৰিব। গণৰাজ্য দিৱস উপলক্ষে পুৱা ১০ বাজি ৩০ মিনিটত দিল্লীৰ কৰ্তব্য পথত পেৰেড আৰম্ভ হ’ব। বিজয় চ’কৰ পৰা কৰ্তব্য পথলৈ প্ৰায় ডেৰ ঘণ্টা এই পেৰেড হ’ব। ৰাষ্ট্ৰপতি মুৰ্মূৱে (President Draupadi

চন্দ্ৰপুৰত জঘন্য কাণ্ড! সহায় বিচাৰি গৈ দলবদ্ধ অপকৰ্মৰ বলি হ’ল কিশোৰী, দুই অভিযুক্তক গ্ৰেপ্তাৰ, এজন পলাতক

চন্দ্ৰপুৰত জঘন্য কাণ্ড! সহায় বিচাৰি গৈ দলবদ্ধ অপকৰ্মৰ বলি হ’ল কিশোৰী, দুই অভিযুক্তক গ্ৰেপ্তাৰ, এজন পলাতক

মহানগৰীৰ চন্দ্ৰপুৰত দলবদ্ধ বলাৎকাৰৰ ঘটনা। ১৩ বছৰীয়া কিশোৰীক ৪ দিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে। ৰাজপথত সহায় বিচাৰি বলাৎকাৰৰ বলি হ’ব লগা হ’ল এগৰাকী কিশোৰী। ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই বলাৎকাৰীক। ধৃত দুই বলাৎকাৰী হৈছে চন্দ্ৰপুৰৰ গোৱৰ্ধন পশ্চিম মায়ঙৰ দীপাংকৰ ৰয় আৰু নিলু মালো। পলাতক হৈ

চাকৰি প্ৰত্যাশী লোকসকলে উন্নত সুযোগ পাব, ব্যৱসায়ত আকাংক্ষিত লাভৰ সম্ভাৱনা, আপোনাৰ ৰাশিফল ​​পঢ়ক

চাকৰি প্ৰত্যাশী লোকসকলে উন্নত সুযোগ পাব, ব্যৱসায়ত আকাংক্ষিত লাভৰ সম্ভাৱনা, আপোনাৰ ৰাশিফল ​​পঢ়ক

মেষ ৰাশি: আজি আপোনাৰ অত্যধিক ধন ব্যয় হ’ব পাৰে। আপুনি এনে কিছুমান খৰচৰ সন্মুখীন হ’ব লাগিব যিবোৰ আপুনি নিবিচাৰিলেও বহন কৰিবলগীয়া হ’ব পাৰে। পূৰ্বতে কাৰোবাক ধাৰলৈ দিয়া ধন ঘূৰাই পাব। আপোনাৰ ধন-সম্পত্তি বৃদ্ধি পাব, ফলত আপোনাৰ মনটো সুখী হ’ব। নতুন চাকৰি বিচাৰি থকা লোকসকলে এতিয়া পুৰণি চাকৰিত থকাটোৱেই ভাল হ’ব,