মেষ ৰাশি: আজি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দুৰ্বল বিষয়বোৰ অধ্যয়ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকিব আৰু তেওঁক বাহিৰত খোৱা-বোৱা পৰিহাৰ কৰিবলৈ ক’ব, অন্যথা তেওঁৰ পেটৰ লগত জড়িত কিবা সমস্যা হ’ব পাৰে। পত্নীৰ
Category: Assamese News
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সামান্য হ্ৰাস পাইছে। শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত WTI খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে আৰু প্ৰতি বেৰেলত ৭৩.৮৯ ডলাৰ বিক্ৰী হৈছে। একে সময়তে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৮.৯৬ ডলাৰ হৈছে। ইফালে দেশৰ তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ শেহতীয়া হাৰ মুকলি কৰিছে। ভাৰতত
‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ কৰি মাজুলীত উপস্থিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বহু ঘাত-প্ৰতিঘাত, অথন্তৰ পিছতো নদীদ্বীপত উপস্থিত কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। পুৱাই মাজুলীৰ অফলামুখ ঘাট হৈ মাজুলীত উপস্থিত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। মাজুলীৰ আউনীআটি সত্ৰত সত্ৰাধিকাৰে মত-বিনিময় কংগ্ৰেছ নেতাগৰাকীৰ। মত-বিনিময়ৰ সময়তে ৰাহুল গান্ধী, কংগ্ৰেছ নেতা-কৰ্মীৰ লগে সকলোৰে
ভগৱান শ্ৰীৰামৰ অভিষেকৰ পূৰ্বে ৰামলালাৰ মূৰ্তিৰ প্ৰথম ছবিখন পোহৰলৈ আহিছে। এই ছবিখনত পদুম ফুলৰ ওপৰত ৰামলালাৰ মূৰ্তি বিৰাজ কৰা দেখা গৈছে। ৰামলালাৰ এই মূৰ্তিটো শ্ৰীৰামৰ ৫ বছৰীয়া শিশুৰ ৰূপ। অহা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ (Ramlala) অভিষেক কৰা হ’ব। ইয়াৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। বৃহস্পতিবাৰে শ্ৰীৰামৰ মূৰ্তি (Lord
প্রৱল মূৰৰ বিষ, সকলো সময়তে নাক-মূৰত ভাৰি ভাব, আনকি বিষৰ ফলত জ্বৰ উঠে — ছাইনাছৰ এই সমস্যাবোৰৰ স’তে আমি অনেকেই পৰিচিত । বতৰ সলনি হ’লেই ছাইনাছৰ সমস্যা আৰম্ভ হয় । ছাইনাছ মূৰৰ এনে এটা অংশ, যাৰ কাম নাকৰ ভিতৰেৰে বায়ু চলাচলত সহায় কৰা । কোনো কাৰণত এই ছাইনাছৰ ভিতৰত সংক্রমণ