সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে ব্যাপক ৰূপ ধাৰণ কৰিছে কংগ্ৰেছৰ মাজত। বিশেষকৈ নগাঁও লোকসভাক লৈ কংগ্ৰেছৰ মাজত চলা লবীকেন্দ্ৰিক ৰাজনীতিৰ চৰ্চা ৰাজ্যৰ সৰ্বত্ৰে চলিছে। বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ
Category: Assamese News
হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি ছেবাৰ। প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা। গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞানত থাকিব OMR শ্বীট। OMR শ্বীটত সন্নিৱিষ্ট থাকিব ১ নম্বৰৰ ৪৫টা প্ৰশ্ন। পৃথক এখন বহীত
জনহিত জনসেৱাৰ্থে অসম আৰক্ষী। অসম আৰক্ষীৰ সংঘটিত হৈছে এটাৰ পিছত আন এটা নোহোৱা নোপোজা ঘটনা! এইবাৰ অসম আৰক্ষীত আন চাঞ্চল্যকৰ ঘটনা। অপৰাধী নহয় এইবাৰ অসম আৰক্ষীত নিৰুদ্দিষ্ট জোৱান। তিনিমাহে সন্ধানহীন
এফালে দলত অথন্তৰ। এজনৰ পিছত সিজন নেতাৰ কংগ্ৰেছ দলত্যাগ। দলীয় সভাপতি হিচাপে বিপদে লগ এৰা নাই APCCৰ সভাপতি ভূপেন বৰাৰ। ইয়াৰ মাজতে ভূপেন বৰালৈ আন এক বিপদ। কাইলৈ গ্ৰেপ্তাৰ হ’ব
অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা! 🔷 এই বছৰ অন্তিমবাৰলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। 🔷নতুনত্বৰে অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক। চাৰিটাকৈ বিষয়ত ব্যৱহাৰ হ’ব OMR SHEET 🔷ক’লা আৰু নীলা ৰঙৰ চিয়াহীৰে