Category: Assamese News

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী, ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী, ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ হাৱালা কেলেংকাৰী। ৭.৬২ কোটি টকাৰ কেলেংকাৰীক লৈ ইডিৰ অভিযান। কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান। অভিযানত জব্দ হৈছে ১.৮২ কোটি টকাৰ বীমা পলিচী। অভিযানত উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্রও। লগতে EDয়ে অভিযান চলাইছে প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহতো। এই দুয়োগৰাকী কামাখ্যা

অপেক্ষাৰ অৱসান, ৫০ বছৰৰ পছত শনিৰ নক্ষত্ৰত মংগলৰ প্ৰৱেশ! কপাল ফুলিব এই তিনি ৰাশিৰ লোকৰ!

অপেক্ষাৰ অৱসান, ৫০ বছৰৰ পছত শনিৰ নক্ষত্ৰত মংগলৰ প্ৰৱেশ! কপাল ফুলিব এই তিনি ৰাশিৰ লোকৰ!

জ্যোতিষ শাস্ত্ৰ অনুসৰি, গ্ৰহসমূহে সময়ে সময়ে নক্ষত্ৰ পৰিৱৰ্তন কৰি থাকে। এই ঘটনাই ১২টা ৰাশিৰ জাতক-জাতিকাৰ ওপৰত প্ৰভাৱ পেলায়। ৫০ বছৰ পিছত মংগল গ্ৰহণ শনি নক্ষত্ৰত প্ৰৱেশ কৰিব, যাৰ ফলত মংগল-পুষ্যৰ দৰে শুভ যোগ সৃষ্টি হ’ব। তিনিটা ৰাশিৰ জীৱন সোণালী হৈ পৰিব। তেওঁলোকৰ উন্নতিৰ সকলো পথ খোল খাব। জীৱনত ধনৰ অভাৱ

আৰ জি কৰ কাণ্ডত সঞ্জয় ৰয়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ আদালতৰ!

আৰ জি কৰ কাণ্ডত সঞ্জয় ৰয়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ আদালতৰ!

বিগত ৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ইমাৰজেন্সী ভৱনৰ ছেমিনাৰ হলৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী তৰুণী চিকিৎসকৰ মৃতদেহ। অপকৰ্মৰ পিছত নৃশংসভাৱে হত্যা কৰা হৈছিল যুৱতী চিকিৎসকগৰাকীক। সেই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ঘটনাই। প্ৰায় ৫ মাহৰ পিছত ১৮ জানুৱাৰী শনিবাৰে দোষী সাব্যস্ত হয় সঞ্জয় ৰয়। আজি সেই গোচৰত

ছয়গাঁৱৰ ৰশ্মিৰেখাই দিছে স্বাৱলম্বনৰ পোহৰ

ছয়গাঁৱৰ ৰশ্মিৰেখাই দিছে স্বাৱলম্বনৰ পোহৰ

ছয়গাঁৱৰ উদ্যমী মহিলা ৰশ্মিৰেখাৰ কৰ্ম জীৱনৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন এগৰাকীৰ সাধাৰণ মহিলাই কৰ্মৰে বহুতোক দেখুৱাইছে আদৰ্শ… ছয়গাঁৱৰ ৰশ্মিৰেখা কলিতাই 2000 চনৰ পৰা ৰশ্মিৰেখা ট্ৰেইনিং চেন্টাৰ নামেৰে এক অনুষ্ঠান আৰম্ভ কৰি অঞ্চলটোৰ হাজাৰ হাজাৰ মহিলা যুৱতীক কৰ্ম সংস্থাপনৰ বাট দেখুৱাইছে । চিলাই, এম্বোদাৰী, মৰাপাট সামগ্ৰী, অলংকাৰ নিৰ্মাণ

সকলো নকল…? পাৰ্লাৰত ‘সাধ্বী’য়ে সলাইছিল ৰূপ! মহাকুম্ভৰ ভাইৰেল সুন্দৰী হৰ্ষাৰ ‘গোপন’ ভিডিঅ’ প্ৰকাশ!

সকলো নকল…? পাৰ্লাৰত ‘সাধ্বী’য়ে সলাইছিল ৰূপ! মহাকুম্ভৰ ভাইৰেল সুন্দৰী হৰ্ষাৰ ‘গোপন’ ভিডিঅ’ প্ৰকাশ!

সকলো নকল…? পাৰ্লাৰত ‘সাধ্বী’য়ে সলাইছিল ৰূপ! মহাকুম্ভৰ ভাইৰেল সুন্দৰী হৰ্ষাৰ ‘গোপন’ ভিডিঅ’ প্ৰকাশ!