Category: Assamese News

দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে। বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে ।

ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

এটা বয়সৰ পাছত, শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হয়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। ওজন বৃদ্ধি হোৱাৰ লগে লগেই ভৰিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয় । গাঁঠিবোৰত আৰম্ভ হয় বিষ । বৃদ্ধি হোৱা ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।সেয়েহে ৬০ বছৰ

জানেনে কি কাৰণে কেলছিয়ামৰ অভাৱ হয় ?

জানেনে কি কাৰণে কেলছিয়ামৰ অভাৱ হয় ?

শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল কেলছিয়াম। আধুনিক জীৱন-যাপন আৰু উপযুক্ত খাদ্যাভ্যাসৰ অভাৱত এতিয়া বহুতো লোকৰ এইবিধ উপাদানৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিছে। সেইবাবে এইবিধ উপাদানৰ অভাৱ নহ’বলৈ সকলোৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত। কেলছিয়ামৰ অভাৱ হোৱাটো বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ জৰিয়তে গ্ৰহণ কৰাৰ পৰিৱৰ্তে যদি ‘ছাপ্লিমেণ্ট’

ৰাম মন্দিৰৰ VIP PASSৰ বাবে অহা মেচেজত ভোল গৈ ‘জয় শ্ৰী ৰাম’ দেখি ফৰৱাৰ্ড নকৰিব, একাউণ্টত জমা থকা সকলো ধন হেৰুৱাব!

ৰাম মন্দিৰৰ VIP PASSৰ বাবে অহা মেচেজত ভোল গৈ ‘জয় শ্ৰী ৰাম’ দেখি ফৰৱাৰ্ড নকৰিব, একাউণ্টত জমা থকা সকলো ধন হেৰুৱাব!

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ বাবে মাজত মাথো কেইটামান দিন বাকী। ইয়াক লৈ বিশ্বৰ হিন্দু সমাজৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উৎসুকতা বৃদ্ধি পাইছে। কিন্তু চাইবাৰ প্ৰৱঞ্চকে ইয়াৰ মাজতে গ্ৰহণ কৰিছে বিশেষ সুযোগ যাৰ বাবে সিহতে মেলিছে প্ৰৱঞ্চনাৰ এক ভয়ংকৰ জাল। চাইবাৰ অপৰাধীৰ এই জালত ভৰি দি আপোনাৰ অলপ অসাৱধানতাই কম সময়ৰ ভিতৰতে

আজি বিনিয়োগ কৰিলে আপুনি ভাল লাভ পাব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থাও শক্তিশালী হ’ব। জীৱনসংগীৰ সৈতে কিছু অসন্মতি হ’ব পাৰে।

আজি বিনিয়োগ কৰিলে আপুনি ভাল লাভ পাব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থাও শক্তিশালী হ’ব। জীৱনসংগীৰ সৈতে কিছু অসন্মতি হ’ব পাৰে।

মেষ ৰাশি: আজি বিভিন্ন উৎসৰ পৰা আৰ্থিক সুবিধা লাভৰ সম্ভাৱনা আছে। যদি আপুনি আগতে সন্তানৰ বাবে ক’ৰবাত বিনিয়োগ কৰিছে, তেন্তে ইয়াৰ দুগুণ ধন লাভ কৰিব পাৰে। সামাজিক পৰ্যায়ত আপুনি সন্মান পাব। ভাতৃ-ভগ্নীসকলে আপোনাক কিবা শিক্ষা দিলে সেইটো কাৰ্যকৰী কৰাটো আপোনাৰ বাবে ভাল হ’ব। আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ অনুষ্ঠানত