সাধাৰণতে বহু লোকৰ শোৱাৰ সময়ত নাকৰ শব্দহোৱা দেখা যায়। শোৱাৰ সময়ত হোৱা নাকৰ শব্দই বহুতৰে জীৱন বিপন্ন কৰিব পাৰে। ভাৰতত এই বিষয়টো সাধাৰণভাৱে লয় যদিও, অন্য দেশ সমূহত ইয়াৰ ওপৰত গৱেষণা বা অধ্যয়ন কৰা দেখা যায়। নাকৰ পৰা ওলোৱা শব্দৰ ফলত পৰিয়ালৰ সদস্য সকলৰ টোপনিত ব্যাঘাত জন্মে। নাকৰ শব্দ ওলোৱাটো
Category: Assamese News
দুপৰ টেঙা বা পাতে গজা এবিধ ঔষধি গুণ থকা ৰসাল উদ্ভিদ। পাতৰ পৰা বৃদ্ধি হয় বাবে ইয়াক পাতে গজা বুলি কোৱা হয়। দুপৰীয়া টেঙা হয় বাবে কোৱা হয় দুপৰ টেঙা। এই ভেষজ উদ্ভিদ বিধ বিশেষকৈ প্ৰস্ৰাবৰ বিভিন্ন ৰোগৰ বাবে মহৌষধি বুলি জনাজাত। সপ্তাহত তিনি দিন ইয়াৰ পাত ৰান্ধি বা চাটনি
শৰীৰ সুস্থ ৰাখিবলৈ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত মাজে সময়ে ৰুটি খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে। গমৰ আটাৰ ৰুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ই আৰু ফচফৰাছ থাকে। আন এবিধ বিশেষ আটাৰ ৰুটিত পোৱা যায় ফাইবাৰ। তদুপৰি তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৰুটিয়ে। হৃদৰোগৰ পৰাও বহু পৰিমাণে আঁতৰাই ৰখাত ৰুটিয়ে সহায়
গ্ৰীষ্মৰ আগমনৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ব্লেক হেডছ আদিয়ে বেছিকৈ দেখা দিয় ৷ গৰম দিনত ছালৰ তৈলাক্ত ভাব কমাবলৈ আছে কিছুমান ঘৰুৱা বিধান
যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ। অস্বাস্থ্যকৰ জীৱনযাপনে যকৃতৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ওজন বৃদ্ধি, হৃদৰোগ, দীঘলীয়া ভাগৰ, হজমৰ সমস্যা আৰু এলাৰ্জি আদি ৰোগ যকৃতৰ ফলত হ’ব পাৰে। গতিকে আপোনাৰ শৰীৰ আৰু যকৃত স্বাস্থ্যৱান ৰাখিবলৈ কিছুমান খাদ্য চিনাক্ত কৰিব পাৰে যাৰ জৰিয়তে আপোনাক স্বাস্থ্যৱান কৰি ৰাখিব। নেমুত এণ্টিঅক্সিডেণ্টৰ পৰিমাণে শৰীৰৰ