ভিটামিন ডি শৰীৰৰ বাবে অতি উপকাৰী। শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে বহু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়। ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ শৰীৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থকাটো অতি প্ৰয়োজনীয়। আজি আপোনালোকক জনাম ভিটামিন ডি বেছিকৈ খালে কি কি ক্ষতিৰ সন্মুখীন হয়। পুষ্টিকৰ উপাদানে শৰীৰৰ বহু ৰোগ নিৰাময় কৰে। যদি আপুনি অতিৰিক্ত
Category: Assamese News
হাড় আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। হাড়ে শৰীৰক সহায় কৰে আৰু আমাক থিয় হোৱাত সহায় কৰে। হাড়বোৰ অনবৰতে ভাঙি গঠন হৈ থাকে। আমি যেতিয়া ডাঙৰ হৈ গৈ থাকোঁ তেতিয়া হাড় গঠনৰ প্ৰক্ৰিয়া বাঢ়ি যায়, কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই প্ৰক্ৰিয়াটো লেহেমীয়া হয়। সেইবাবে বয়স বৃদ্ধিৰ লগে লগে হাড়বোৰ দুৰ্বল
আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এবিধ পাচলি। কেৱল ভিটামিন ‘চিয়েই নহয়, ইয়াত ভিটামিন “বি৬“, ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম
শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পালে বহু সমস্যাৰ সৃষ্টি হয়। এই এচিড বৃদ্ধিৰ বহু কাৰণ থাকিব পাৰে। আপোনাৰ ভুল খাদ্যাভ্যাসেও আপোনাক অসুস্থ কৰি তুলিব পাৰে। কোনবোৰ খাদ্যৰ ফলত ইউৰিক এচিড বৃদ্ধি পায় জানো আহক- যদি আপুনি বেছিকৈ মিঠা বস্তু খায় তেন্তে আপুনি মিটা খোৱা কমাই দিব। যদি আপুনি মদ বা
শীতকালছোৱাত শিশুসকলৰ সঠিক যত্ন লোৱাৰ খুবেই প্ৰয়োজন। পিতৃ-মাতৃৰ সৰু সৰু ভুলৰ প্ৰভাৱ শিশুৰ স্বাস্থ্যত পৰিব পাৰে। এই ঋতুত শিশুৰ শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হ’ব লাগে। বিশেষকৈ নতুন অভিভাৱকসকলে শিশুৰ স্বাস্থ্যৰ দিশটোত চকু দিওঁতে কিছু অসুবিধাৰ সন্মুখীন হয়। এই ঋতুত অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল’ব