বিট শীতকালীন পাচলি যদিও বছৰৰ সকলো সময়তে বজাৰত বিট পোৱা পোৱা যায়। বিটত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, মেগনেছিয়াম, ভিটামিন-এ আদি উপাদান পোৱা যায়। ৰক্তহীনতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, থাইৰয়ড আদি সমস্যাৰ বাবে বিট অতি উপকাৰী। বিট নিয়মিয়াকৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। ৰক্তহীনতাৰ সমস্যা দূৰ হয়, হাড়ৰ গঠন মজবুত হয়।
Category: Assamese News
আয়ুবেৰ্দত নহৰুৰ বিশেষ ভূমিকা আছে। নিয়মীয়াকৈ ১/২ কোহ কেঁচা নহৰু খোৱাটো আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। প্ৰতি দিনে পুৱা ১/২ কোহ নহৰু গৰম পানীৰ লগত খালে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। শৰীৰত তেজ পৰিশোধন হয়। ছাল সতেজ হয়। শৰীৰৰ তেজ চলাচল
ভাতকেৰেলা এক চিনাকী নাম। আমাৰ খাদ্যাভ্যাসৰ সৈতে ভাতকেৰেলাৰ ব্যৱহাৰ পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটসদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰ বাবে প্ৰিয় ব্যঞ্জন। পিটিকা, ভাজি বা তৰকাৰী হিচাপেও খাব পাৰি ভাতকেৰেলা। বইল কৰিও বহুতে খায়। ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয়। অসমৰ বজাৰত সহজে
দৰাচলতে মৃত্যুৰ সময়ত এজন ব্যক্তিৰ মনত কি ঘটে আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে। এষ্টনিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড. ৰোল ভিচেণ্টে এজন ৮৭ বছৰীয়া বৃদ্ধৰ ওপৰত চলাইছিল এক পৰীক্ষা। মৃগী ৰোগত আক্ৰান্ত এজন বৃদ্ধ লোকৰ মগজু ৰেকৰ্ড কৰিবলৈ ইইজি যন্ত্ৰটো ব্যৱহাৰ কৰা হৈছিল। যিটো যন্ত্ৰটোৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মৃত্যুমুখত পৰা ৰোগী এজনৰ মগজুৰ
গাখীৰ প্ৰায় প্ৰতিটো পৰিয়ালতে কম-বেছি পৰিমাণে ব্যৱহৃত হয়। গাঁওসমূহত গৰুৰ গাখীৰ সহজে উপলব্ধ। চহৰসমূহত অধিকাংশ লোকে পেকেট বা পেকেটৰ ভিতৰত উপলব্ধ তৰল গাখীৰ ব্য়ৱহাৰ কৰে। খাবৰ বাবে, মিঠাই প্ৰস্তুত কৰাৰ বাবে অথবা পূজা বা আন আন বিভিন্ন কাৰ্যত দৈনিক কম-বেছি পৰিমাণ গাখীৰ সকলোৱে ব্য়ৱহাৰ কৰে। এনে পেকেট গাখীৰসমূহ গ্ৰাহকলৈ লৈ