বৈদিক শাস্ত্ৰ অনুযায়ী এক নিৰ্দিষ্ট সময়ৰ বাহিৰে কেইটামান গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কেইবাটাও ৰাশিৰ জীৱনত আনন্দৰ জোৱাৰ সৃষ্টি কৰে। ৷ কিছুমান ভাল আৰু কিছুমান বেয়া প্ৰভাৱৰ সৈতে জীৱনটো কটাবলগীয়া হয় জাতক-জাতিকাই। কিছুমানৰ জীৱনলৈ আহে প্ৰচুৰ ধন ৷ জানুৱাৰী মাহত সূৰ্য্য-মংগল আৰু বুধৰ এটা বিৰল সংযোগ হ’ব আৰু ইয়াৰ প্ৰভাৱত জাতক-জাতিকাৰ জীৱন
Category: Assamese News
মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা কৰা হয়। সৰস্বতী পূজাৰ উপৰিও এই দিনটোক বসন্ত পঞ্চমী, জ্ঞান পঞ্চমী, শ্ৰী পঞ্চমী, মধুমা বুলিও জনা যায়। এইবাৰ ১৪ ফেব্ৰুৱাৰী বুধবাৰে সৰস্বতী পূজা। কালপুৰুষ অসমীয়া পূৰ্ণাংগ পঞ্জিকাৰ তথ্য অনুসৰি ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ ২৯ তাৰিখে নিশা ৮:০৫ বজাৰ পৰা
থাৰ্টী ফাৰ্ষ্টৰ পাৰ্টী কৰি মৃত্যুমুখত পৰা IITৰ ছাত্ৰীয়ে সুৰাপান কৰা নাছিল। ছাত্ৰীগৰাকীৰ মুখতো নাছিল সুৰাৰ গোন্ধ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। সুৰা যদি পান কৰা নাছিল তেন্তে কেনেকৈ মৃত্যু হ’ল IITৰ ছাত্ৰীৰ? ইয়াৰ আঁৰত আছে নেকি ড্ৰাগ অভাৰডজৰ এংগল? IIT ৰে ২ ছাত্ৰ আৰু
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব। পৰিয়ালত কিছুমান পাৰস্পৰিক মতানৈক্য থাকিব পাৰে। বহুদিনৰ পৰা বাকী থকা কিছুমান কাম সম্পূৰ্ণ হ’ব পাৰে, যিয়ে আপোনাক সুখী কৰিব। জীৱন সংগীৰ সৈতে সন্তানৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব। কাৰোবাৰ লগত বহি আজৰি সময় কটোৱাৰ পৰিৱৰ্তে
হিন্দু ধৰ্মত একাদশী তিথিৰ বিশেষ গুৰুত্ব আছে। একাদশী তিথি ভগৱান বিষ্ণুৰ অতি প্ৰিয়।বিশ্বাস অনুসৰি, যিয়ে সম্পূৰ্ণ ৰীতি-নীতিৰে একাদশীত উপবাস কৰে, শ্ৰী হৰিয়ে তেওঁলোকক সকলো দুখ-কষ্টৰ পৰা পৰিত্ৰাণ দিয়ে। ভগৱান বিষ্ণুৰ আশীৰ্বাদ পাবলৈ একাদশী উপবাসক অতি শুভ বুলিও গণ্য কৰা হয়। শাস্ত্ৰৰ মতে, এই উপবাস আটাইতকৈ ডাঙৰ উপবাস।পিছে এই বছৰটোৰ প্ৰথম