Category: Assamese News

ব্রেকআপৰ পাছত মহিলাতকৈ অধিক হৃদয় ভাগে পুৰুষৰ! গৱেষণাত প্ৰকাশ

ব্রেকআপৰ পাছত মহিলাতকৈ অধিক হৃদয় ভাগে পুৰুষৰ! গৱেষণাত প্ৰকাশ

সম্পৰ্কৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকল বেছি আৱেগিক বুলি কোৱা হয় যদিও গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে ব্রেকআপৰ সময়ত মহিলাতকৈ পুৰুষসকলৰ হৃদয় বেছিকৈ ভাঙে। ব্রেকআপৰ সময়ত পুৰুষসকলে আৱেগিকভাৱে অধিক প্ৰভাৱিত হয়। ব্রিটেইন আৰু ছুইজাৰলেণ্ডৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে এই কথা সদৰী কৰিছে। কোৱা হয় যে ভালপোৱা আৰু সেই ভালপোৱা বজাই ৰখা দুটা বেলেগ কথা আৰু

মন খুলি হাঁহক, শৰীৰে লাভ কৰিব এইসমূহ উপকাৰিতা…

মন খুলি হাঁহক, শৰীৰে লাভ কৰিব এইসমূহ উপকাৰিতা…

ভুল খাদ্যভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে বর্তমান সময়ত লোকসকল বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ বাবে বহু লোেক হৃদযন্ত্ৰৰ লগতে কলেষ্টেৰল শৰীৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা মুকলিকৈ হঁহাৰ অভ্যাস গঢ়ি তোলক। মুকলিকৈ হাঁহিলে শৰীৰে লাভ কৰে এইসমূহ উপকাৰিতা- ৰোগ

ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ পিছত কৰা এইবোৰ কাম

ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ পিছত কৰা এইবোৰ কাম

সনাতন ধৰ্মত বাস্তুৰ এক বিশেষ গুৰুত্ব কোৱা হৈছে। যিকোনো বস্তু বাস্তু অনুসৰি যদি ৰখা হয়, তেন্তে ইতিবাচক ফলাফল পোৱা যায় আৰু লোকজনৰ স্বাস্থ্যৰ লগত জড়িত সমস্যাৰ পৰাও সকাহ পায়। বাস্তু বিশেষজ্ঞসকলৰ মতে সূৰ্যাস্তৰ পিছত কিছুমান কাম কৰিব নালাগে। হিন্দু ধৰ্মত মা লক্ষ্মীৰ কৃপা বজাই ৰাখিবলৈ নিয়মীয়াকৈ কিছুমান নিয়ম কোৱা হৈছে।

ৰাতি শুবলৈ যোৱাৰ আগতে কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ!

ৰাতি শুবলৈ যোৱাৰ আগতে কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ!

টকাৰ প্ৰয়োজন কাৰ নাই আৰু কোনে নিবিচাৰে। টকা লাভ আৰু জমা হোৱাৰ বিষয়ে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। যদি এই নিয়মবোৰ অনুসৰণ কৰা হয় তেনেহ’লে এজন লোক কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব নালাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মানুহে ৰাতি শোৱাৰ আগতে কিছুমান কথাৰ নিশ্চয়কৈ গুৰুত্ব দিব লাগে। যদি এই

জোতা-চেণ্ডেল ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়?

জোতা-চেণ্ডেল ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়?

সৰুৰে পৰা আপুনি প্ৰায়ে ঘৰত শুনা পাইছে হয়তো জোতা আৰু চেণ্ডেল ওলোটাকৈ ৰাখিব নালাগে। ভুলবশতঃ এনেকুৱা হৈ যায় যদিও ইয়াক লগে লগে ঠিক কৰি দিব লাগে। ইয়াক লৈ প্ৰায়ে আপোনাৰ ঘৰৰ জ্যেষ্ঠ বা পিতৃ-মাতৃৰ পৰা গালিও খাইছে হয়তো। অৱশ্যে, গালি দিয়াৰ পিছত আমি জোতা আৰু চেণ্ডেলটো ঠিক কৰি থ’ব পাৰো,