Category: Assamese News

ব্যায়ামৰ লাভালাভ, ব্যায়ামৰ আগতে কি কৰিব?

ব্যায়ামৰ লাভালাভ, ব্যায়ামৰ আগতে কি কৰিব?

‘ব্যায়াম’-এক সৰ্বপৰিচিত শব্দ। ব্যায়াম বুলি ক’লে শৰীৰটোক সুস্থ ৰাখিবলৈ কৰা ক্ৰিয়া বা শাৰীৰিক সক্ৰিয়তাক বুজা যায়। এই সক্ৰিয়তা কিমান তীব্ৰ হ’ব লাগে আৰু কিমান নিয়মীয়াকৈ হ’ব লাগে সেয়া নিৰ্ভৰ কৰিব আপোনাৰ উদ্দেশ্যৰ ওপৰত। উদ্দেশ্য যেনে- ওজন কম কৰা, শৰীৰৰ সুন্দৰ গঠন বজাই ৰখা, ৰোগ নিৰাময়ৰ চেষ্টা, মানসিক শান্তি পাবলৈ বা

খালী পেটত কিয় কুহুমীয়া পানী খাব লাগে? কুহুমীয়া পানীৰ উপকাৰীতা কি?

খালী পেটত কিয় কুহুমীয়া পানী খাব লাগে? কুহুমীয়া পানীৰ উপকাৰীতা কি?

সু প্ৰভাত । প্ৰতিদিনে ৰাতিপুৱা শুই উঠি আমি সকলোৱে কুহুমীয়া গৰম পানী খাব লাগে। বৰ্তমান সময়ত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সকলোৱে বিচাৰে। সৰুৰে পৰা আমি শুনি আহিছো যে কুহুমীয়া গৰম পানী খোৱা কথা । ৰাতিপুৱা শুই উঠি গৰম পানী খালে আমাৰ শৰীৰটো সুস্থ থাকে বুলি আমি প্ৰত্যেকেই জানো । খালী

চুমুমণি ভৰালীৰ পৰিয়ালৰ ৰাজহুৱা চিঠি! বিচাৰিছে আপোনাৰ সহায়!

চুমুমণি ভৰালীৰ পৰিয়ালৰ ৰাজহুৱা চিঠি! বিচাৰিছে আপোনাৰ সহায়!

মই চুমুমণি ভৰালীবয়স- ২৫ বছৰজিলা- শিৱসাগৰ।গাঁও- কৃষ্ণছিগামই অতি দুখৰে জনাওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পিছত , 2022 চনত প্ৰথম অৱস্থাত মোৰ শৰীৰৰত তেজৰ অভাৱে দেখা দিয়ে আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কাৰণে যাওঁ আৰু ডাক্তৰ এ সকলো খিনি চাই blood ৰ অভাৱ বুলি জনাই আৰু

নগাঁৱত চাঞ্চল্যকৰ ঘটনা; শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ…

নগাঁৱত চাঞ্চল্যকৰ ঘটনা; শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ…

নগাঁৱত চাঞ্চল্যকৰ ঘটনা। শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ। নগাঁও আৰবান স্কুলৰ প্ৰধান শিক্ষক পাৰ্থসাৰথি লস্কৰৰ। আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই

স্বামীৰ অনুপস্থিতিত পৰস্ত্ৰীৰে কাপোৰ ব্যৱসায়ীৰ শাৰিৰীক সম্পৰ্ক !

স্বামীৰ অনুপস্থিতিত পৰস্ত্ৰীৰে কাপোৰ ব্যৱসায়ীৰ শাৰিৰীক সম্পৰ্ক !

স্বামীৰ অৱৰ্তমানৰ সুবৰ্ণ সুযোগ লৈ ঘিলামৰাৰ এগৰাকী বিবাহিত মহিলাৰ সতে গোপন অভিসাৰ কৰিবলৈ গৈ ৰাজহুৱা পিটন খালে ঢকুৱাখনাৰ এটা লম্পট বস্ত্ৰ বেপাৰীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰৰ নিশা প্ৰায় ৭-০০বজাত ঢকুৱাখনা নগৰৰ ষ্টে’ট বেংকৰ সমীপৰ বস্ত্ৰ বিপণীখনৰ গৰাকী ঢকুৱাখনা মানিকপুৰ গাঁওৰ হামিদুৰ আলিয়ে বাইক লৈ পৰিকল্পিতভাৱে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উপস্থিত