জাংক ফুডে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ সেৱনৰ ফলত দীৰ্ঘদিনীয়া ৰোগ, হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগ আৰু মেদবহুলতাৰ আশংকা থাকে। আমাৰ শৰীৰে এনে খাদ্যক ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত কৰে।জাংক ফুডৰ প্ৰতি সকলোৱে অতি আকৰ্ষিত। বিশেষকৈ শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে জাংক ফুড প্ৰথম পছন্দ। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আমাৰ শৰীৰে জাংক ফুড বা পেক
Category: Assamese News
আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এবিধ পাচলি। কেৱল ভিটামিন ‘চিয়েই নহয়, ইয়াত ভিটামিন “বি৬“, ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম
মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ডাঙৰ অভিযোগ। নিশা প্ৰায় ২ বজাত ফেচবুক লাইভযোগে ডাঙৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে। আন কাৰো বিৰুদ্ধে নহয়, অভিনেত্ৰীগৰাকীয়ে চুক্তিবদ্ধ হৈ থকা অভিনন্দন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে উজাৰিলে ক্ষোভ। ফেচবুক লাইভত অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, বৰপেটা জিলাত চলি থকা থিয়েটাৰৰ দৰ্শনীৰ পিছতে প্ৰযোজকে তেওঁক প্ৰাপ্য মাননী আদায় দিয়াৰ
তেজপুৰৰ মহিলাক জীৱন্তে জ্বলাই হত্যা কৰা বুলি On Camera প্ৰতিৱেশীয়ে দম্ভালি মৰাৰ পাছদিনাই পোহৰলৈ আহিছে একেখন জিলাত ডাইনী অন্ধবিশ্বাসৰ আন এক নাৰকীয় কাহিনী। এইবাৰ ঘটনাৰ স্থান ৰঙাপৰাৰ লালবৰাহী। ডাইনী অন্ধবিশ্বাসৰ বলি হৈ একে গাঁৱৰ এদল লোকে ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰি খেদি দিলে বৃদ্ধ দম্পতীক। যুগ যুগ ধৰি লালবৰাহীত বাস কৰা পৰিয়ালটোৰ
কা’ আন্দোলনৰ পৰাই আৰম্ভ হৈছিল ভুৱা এনকাউণ্টাৰ – এই অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi)। মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি অখিল গগৈয়ে ৰাজ্যত চলি অহা এনকাউণ্টাৰ সন্দৰ্ভত কয় যে DGP জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছিল ভুৱা এনকাউণ্টাৰ। অখিল গগৈয়ে