আগন্তুক আই পি এল ছিজনৰ বাবে আজি ডুবাইত অনুষ্ঠিত হৈছে খেলুৱৈৰ নিলাম। আজিৰ এই নিলামত আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলা নিলামকাৰী। মল্লিকা সাগৰে প্ৰথমগৰাকী মহিলা নিলামকাৰী হিচাপে আই পি এলৰ নিলামত ভাগ লৈছে। ইয়াৰ পূৰ্বে নিলামত চিনাকি মুখ আছিল হিউ এডমিডছ। কিন্তু এইবাৰে বিচিচিআয়ে
Category: Assamese News
দেশৰ বেছিভাগ ঠাইতে শীতকাল পৰিছে। ইয়াৰ সমান্তৰালকৈ মানুহে চুৱেটাৰ আৰু চাদৰ পিন্ধিবলৈও আৰম্ভ কৰিছে। ৰুটিন সম্পূৰ্ণ সলনি হ’বলৈ আৰম্ভ কৰিছে। শীতৰ গোলাপী ঠাণ্ডা সকলোৱে ভাল পায়, কিন্তু এই বতৰত গা ধোৱাটো এটা সমস্যা হৈ পৰে। বেছিভাগ মানুহেই শীতকালত গৰম পানীৰে গা ধুবলৈ ভাল পায়, আনহাতে কিছুমানে এই বতৰত ঠাণ্ডা পানীৰে
দুই কণমানি সন্তানক এৰি পত্নী পৰপুৰুষৰ সৈতে পলাই যোৱাৰ দুখ আৰু লাজত স্বামীয়ে আত্মহত্যা কৰাৰ ঘটনাই সৃৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ম’হঘুলি চাপৰিত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি ঢকুৱাখনা নগৰৰ ম’হঘুলি চাপৰিৰ বাসিন্দা শৰৎ দাসৰ পত্নী কেইদিনমান পূৰ্বে নিশা ঢকুৱাখনাৰেই ভাটি হুজ গাঁৱৰ পদুম দাস
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় খণ্ড। অৰুণাচলৰ পৰা গুজৰাটলৈ এই যাত্ৰা হাতত ল’ব ৰাহুল গান্ধীয়ে। আজি কংগ্ৰেছ ৱৰ্কিং কমিটী (চিডব্লিউচি)ৰ বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় খণ্ডৰ কথা উল্লেখ কৰে।
পুৱাৰ চাহকাপ পলমকৈ দিয়া বাবেই পত্নীৰ শিৰশ্ছেদ কৰিলে উত্তৰ প্রদেশৰ গাজিয়াবাদৰ এজন লোকে৷ তৰোৱালেৰে গাজিয়াবাদৰ ভোজপুৰ গাঁৱৰ ধৰমবীৰ নামৰ লোকগৰাকীয়ে এনেদৰে পত্নীৰ শিৰশ্ছেদ কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ পুত্রৰ অভিযোগৰ ভিত্তিত অভিযুক্ত ধৰমবীৰক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৫২ বছৰীয়া ধৰমবীৰৰ পত্নী সুন্দৰীৰ সৈতে সঘনে সৰু সৰু বিষয়ক লৈ