বাস্তু শাস্ত্ৰ অনুসৰি যদি নতুন বছৰৰ পৰা আপোনাৰ জীৱন সলনি হোৱাটো বিচাৰে, তেন্তে আপুনি কিছুমান বিশেষ বস্তু ক্ৰয় কৰিব লাগে। বাস্তু শাস্ত্ৰৰ মতে, এই সামগ্ৰীবোৰ ক্ৰয় কৰিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পাব। বাস্তু শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ নতুন বৰ্ষত কিছুমান বস্তু ক্ৰয় কৰিব লাগে। নৱবৰ্ষত কিছুমান বস্তু ক্ৰয়
Category: Assamese News
শিলচৰৰ ৰংপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যুৱক-যুৱতী… ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।ঘটনা অনুসৰি সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে। পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰা বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে। চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত
চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰিলে ৫৬ বছৰীয়া এগৰাকী মহিলাক। অভিযোগৰ ভিত্তিত অভিযুক্ত ফিৰদৌছ আলীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ১৩ ডিচেম্বৰত কেৰালাৰ এৰ্নাকুলামত এই ঘটনা সংঘটিত হৈছিল। মহিলাগৰাকীয়ে চাকৰি বিচাৰি ওলাই আহিছিল। কোচিৰ পৰা উভতি আহিছিল। সেই সময়ত অভিযুক্তই মহিলাগৰাকীক মেট্ৰ’ ষ্টেচনলৈ নিয়াৰ অজুহাতত এখন অ’ট’ৰে এক নিৰ্জন অঞ্চললৈ
শ্বাহৰুখ খানৰ কন্যা ছুহানা খানে জ’য়া আখতাৰৰ ‘দ্য আৰ্চিজ’ ছবিৰে নিজৰ অভিনয় জীৱনৰ পাতনি মেলিছে। ছুহানাৰ বলীউড অভিষেকৰ বাবে অনুৰাগীসকলে বহুদিন ধৰি অপেক্ষা কৰি আছিল, যিটো এতিয়া শেষ হৈছে। ছুহানাৰ উপৰিও প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰ, অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দ, বেদাং ৰাইনা, যুৱৰাজ মেণ্ডা, মিহিৰ আহুজাইও এই
বলীউদ জনপ্ৰিয় তাৰকা যুটি ঐশ্বৰ্য ৰায় বচ্চন (Aishwarya Rai Bachchan) আৰু তেওঁৰ স্বামী অভিষেক বচ্চনৰ (Abhishek Bachchan) লগতে তেওঁলোকৰ পৰিয়াল বিগত কিছুদিন ধৰি চৰ্চাত আছে। সকলোৱে কৈছে যে কিবা এটা খেলিমেলি নিশ্চয় হৈছে। দেশৰ বহু সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত দুয়োৰে বিচ্ছেদৰ কথা চৰ্চিত হৈছে। ইমানলৈ কথা ওলাইছে যে ঐশ্বৰ্যই