Category: Assamese News

দীৰ্ঘ আৰু সুখী জীৱন পোৱাৰ জাপানিছ ফৰ্মূলা!

দীৰ্ঘ আৰু সুখী জীৱন পোৱাৰ জাপানিছ ফৰ্মূলা!

আপুনিও বিচাৰে নেকি দীৰ্ঘ জীৱন , সুস্থ আৰু সুখী জীৱন ? আপুনি হয়তো কব এইটো এটা অদ্ভুত প্ৰশ্ন কাৰণ সকলো মানুহৰে কাম্য এনে এটি জীৱন। কিন্তু কেনেকৈ সম্ভৱ এয়া ? ইয়াৰ গোপন সূত্ৰ কি , ৰহস্য কি ? ইয়াৰ গোপন সূত্ৰ পোৱা যাব জাপানৰ এটি দ্বীপত যাৰ নাম “ৱাকিনাৱা দ্বীপ”

পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !

পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !

  প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানৰ মঙ্গলৰ কথা চিন্তা কৰে, সন্তানক মৰম কৰে, আদৰ কৰে আৰু প্ৰয়োজনত কেতিয়াবা খং কৰে যাতে তেওঁলোকে জীৱনৰ সঠিক পথত গতি কৰিব পাৰে আৰু সচেষ্ট হৈ থাকিব পাৰে। কিন্তু অনেক সময়ত বহু অভিভাৱকে নিজৰ অজানিতে বহু ভুল কৰি পেলাই। অভিভাৱকে বুজিব নোৱাৰে যদিও সেই ভুলে সন্তানৰ

Relationship ত প্ৰতাৰণাৰ ভয় থাকিলে এইটো কৰক ! -Reverse psychology

Relationship ত প্ৰতাৰণাৰ ভয় থাকিলে এইটো কৰক ! -Reverse psychology

সম্পৰ্কত reverse psychology ৰ প্ৰয়োগ আজিৰ নতুন কথা নহয়, আমি নজনাকৈয়ে এই reverse psychology ৰ ব্যৱহাৰ কৰি থাকোঁ। এই অস্ত্ৰ পাত কেতিয়াবা সম্পৰ্কত থকা কাৰোবাক blackmail কৰিবলৈ, কোনোয়ে একো ভুল নকৰাকৈয়ে দোষী সাব্যস্ত কৰিবলৈ, কাৰোবাৰ ইচ্ছাৰ বিপৰীতে কিবা সিদ্ধান্ত লবৰ বাবে বাধ্য কৰাবলৈ আনকি কাৰোবাক ভুল প্ৰমাণ কৰিবলৈকেও এই reverse

ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

  Early to bed early to rise এই কথা আমি সকলোৱে বয়োজ্যেষ্ঠ সকলৰ মুখৰ পৰা শুনিয়েই থাকোঁ আৰু কিতাপটো লিখা আছে ; সেয়ে বহুজনে এই কথা মানি চলে এই কথা, কিয়নো ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ উপকাৰী বুলি মানি লোৱা হয় আৰু যিসকলে ইয়াৰ বিপৰীত কৰে তাক বেয়া

চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন

চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন

শেহতীয়াকৈ প্ৰকাশ পাইছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ ক্ৰাইম ইন ইণ্ডিয়া ২০২২ৰ প্ৰতিবেদন।  এই প্ৰতিবেদনত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অপৰাধ কাণ্ডৰ তথ্য সন্নিবিষ্ট কৰা হৈছে। এই প্ৰতিবেদনত এক চাঞ্চল্যকৰ তথ্য ওলাইছে।  দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হয় ধৰ্ষণৰ দৰে ঘটনা। এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি বেছিভাগ